• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ৰ ভূমিৰ তথ্য জালিয়াতিৰ গোচৰত অভিযুক্ত চাৰিজনৰ জামিন নাকচ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
May 14, 2019 9:25 am
Court-handle-1140x570

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়ৰ ভূমিৰ তথ্য জালিয়াতিৰ এক গোচৰত অভিযুক্ত চাৰিজন ব্যক্তিক জামিন দিবলৈ সোমবাৰে আদালতে অস্বীকাৰ কৰে।

অভিযুক্ত চাৰিজন ব্যক্তি মৃগেন্দ্ৰ জালান, নেমচান্দ কেজৰিৱাল, সাৰদা কেজৰিৱাল আৰু অনিল কেজৰিৱালে সোমবাৰে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত জামিনৰ বাবে আবেদন জনাইছিল।

Apply Now

অৱশ্যে, আদালতে আৰক্ষীক কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অহা ২৩ মে’ৰ দিনটো পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। তেতিয়ালৈকে গোচৰটোত অভিযুক্তসকল ন্যায়িক জিম্মাতে থাকিব লাগিব।

আৰক্ষী সূত্ৰ অনুসৰি, জালা ন ইণ্ডাষ্ট্ৰিজৰ আইন সম্পৰ্কীয় দিশবোৰ চোৱাচিতা কৰা অধিবক্তা ৰাজকুমাৰ কেজৰিৱাল পলাতক হৈ আছে।

ডিব্ৰুগড়ৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক মৃগেন্দ্ৰ জালানক আন চাৰিজনৰ সৈতে ভূমিৰ তথ্য জালিয়াতিৰ এক গোচৰত যোৱা শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন লোককেইজন হৈছে নেমচান্দ কেজৰিৱাল, সাৰদা কেজৰিৱাল, অনিল কেজৰিৱালে আৰু অধিবক্তা স্বাগত কুণ্ডু পাল।

আনহাতে, মৃগেন্দ্ৰ জালানৰ গ্ৰেপ্তাৰে ডিব্ৰুগড়ৰ ৰাইজক আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ উপ পঞ্জীয়কে চহৰখনৰ এটুকুৰা মাটি এক ভুৱা আপত্তি বিহীন প্ৰমাণপত্ৰ (এন অ’ চি) দাখিল কৰি বিক্ৰী কৰাৰ অভিযোগৰ ভিত্তিত উক্ত পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

নথি পত্ৰসমূহ পৰীক্ষা কৰাৰ সময়ত পোহৰলৈ আহিছিল যে ৫১৪ চিৰিয়েল নম্বৰৰ  এন অ’ চিখন ভুৱা আছিল।

সেই একেই চিৰিয়েল নম্বৰৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) স্বাক্ষৰিত এন অ’ চি এখন দুবছৰ আগতে ২০১৭ চনত ৰাজহ কাৰ্যালয়ৰ পৰা ইচ্ছ্যু কৰা হৈছিল।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নৰ্থইষ্ট নাওৰ আগত কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত তদন্ত চলাই আছে।

‘’উপায়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ বিভাগৰ এগৰাকী জ্যেষ্ঠ উপ-পঞ্জীয়কে দাখিল কৰা অভিযোগৰ ভিত্তিত আমি তেওঁলোকৰ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছো,’’-বৰাই কয়।

অভিযুক্ত কেইজনক ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ৪৬৫/৪৬৭/৪৬৮/৪৭১/৪৭২/৩৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

‘’মৃগেন্দ্ৰ জালান বিক্ৰেতা আৰু সাৰদা দেবী কেজৰিৱাল হৈছে ক্ৰেতা। তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ জালান নগৰৰ ২ বিঘা মাটি বিক্ৰী কৰিছিল। মাটি এটুকুৰা বিক্ৰী কৰিবলৈ উপায়ুক্তৰ ৰাজহ কাৰ্যালয়ৰ পৰা এখন এন অ’ চি লোৱাটো বাধ্যতামূলক,’’-আৰক্ষী বিষয়া বৰাই কয়।

বিক্ৰী চুক্তিপত্ৰৰ পৰীক্ষণৰ সময়ত এন অ’ চিখন ভুৱা বুলি জানিব পৰা গৈছে। একে চিৰিয়েল নম্বৰৰ এখন এন অ’ চি ২০১৭ চনত অন্য ব্যক্তিক প্ৰদান কৰা হৈছিল।

‘’আমি সন্দেহ কৰিছো যে ইয়াৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। আমি তদন্ত চলাই আছো আৰু অচিৰেই অধিক লোক আমাৰ জালত পৰিব,’’-অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd