• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিযন্তা, চিকিৎসক নহয় এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থানপ্ৰাপ্ত অংকুৰৰ

দশম স্থানপ্ৰাপ্ত মিণ্টুৰ মন সফল অভিযন্তা হোৱা

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 15, 2019 4:05 pm
20190515_081503 (1)

সপ্তম স্থান প্ৰাপ্ত অংকুৰ ৰাজ কাশ্যপ

1.7k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিকিৎসক, অভিযন্তা হোৱাৰ হাবিয়াসৰ সময়ত পুৰণিগুদাম বিদ্যানিকেতনৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান প্ৰাপ্ত ছাত্ৰ অংকুৰ ৰাজ কাশ্যপে ভবিষ্যতে এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

সদ্যঘোষিত ফলাফলত অংকুৰে ৬০০ নম্বৰৰ ভিতৰত মুঠ ৫৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, উচ্চ গণিতত ৯৮, সমাজ বিজ্ঞানত ৯৮, অসমীয়াত ৯৭ আৰু ইংৰাজীত ৯৪ নম্বৰ লাভ কৰে।

নগাঁৱৰ পুৰণিগুদামৰ কাষৰি গাঁৱৰ ব্যৱসায়ী ৰাজীৱ বৰা আৰু জোণ্টি বৰাৰ পুত্ৰ অংকুৰে সৰুৰে পৰা চিত্ৰ শিল্প চৰ্চাত ব্ৰতী হৈ আহিছে। তেওঁ ভবিষ্যতে চিত্ৰ শিল্পত নিজক আত্মনিয়োগ কৰাৰ লক্ষ্যৰে অনিৰ্বাণ কলা কেন্দ্ৰৰ পৰা চিত্ৰ শিল্পৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে।

20190515_111045
দশম স্থান লাভ কৰা মিণ্টু গায়ন (বাওঁফালৰ গৰাকী)

আনহাতে, একেখন বিদ্যালয়ৰ পৰা আন এগৰাকী ছাত্ৰ মিন্টু গায়নে লাভ কৰে দশম স্থান। পুৰণিগুদাম কুৰুৱাবাহী গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিভাগৰ কৰ্মচাৰী ধৰণী গায়ন আৰু পুৰ্ণিমা গায়নৰ পুত্ৰ মিন্টুৰ ভবিষ্যতে অভিযন্তা হোৱাৰ মন। মিণ্টুই মুঠ ৫৮৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, বিদ্যালয়খনৰ দুয়োগৰাকী মেধাৱী ছাত্ৰই নিজৰ সফলতাৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষাগুৰু সকলক কৃতিত্ব প্ৰদান কৰে।

ছাত্ৰ দুগৰাকীৰ সফলতাই সমগ্ৰ পুৰণিগুদামৰ লোকসকলৰ মনত আনন্দৰ জোৱাৰ সৃষ্টি কৰে।

Recent News

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd