• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজীৱন ব্যৱসায় চলাবলৈ এন আৰ চিত ভুৱা আপত্তিৰ নাটক ৰচিছে আছুৱে

ছাত্ৰ সন্থাক কঠোৰ সমালোচনা এ আই ইউ দি এফ বিধায়ক আমিনুল ইছলামৰ। প্ৰতিবাদী ৰেলি, ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ।

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
May 17, 2019 6:45 pm
Assam NRC: AIUDF MLA Aminul Islam slams AASU

শুকুৰবাৰে চামগুৰিত এ আই ইউ দি এফৰ প্ৰতিবাদত আমিনুল ইছলাম। ছবি-- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী সমস্যাৰ নামত আজীৱন “ব্যৱসায়” চলোৱাৰ বাবে এন আৰ চি প্ৰক্ৰিয়াত ভুৱা আপত্তি দাখিলৰ পথ লোৱা বুলি আছুক শুকুৰবাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিধায়ক আমিনুল ইছলামে।

চামগুৰিত এ আই ইউ দি এফৰ এক প্ৰতিবাদী ৰেলিত ধিঙৰ বিধায়কজনে “বিদেশী সমস্যা” সন্দৰ্ভত কংগ্ৰেছ-বিজেপিকো সমালোচনা কৰিলেও তেওঁৰ আক্ৰমণৰ প্ৰধান লক্ষ্য আছিল ছাত্ৰ সন্থা।

“৪০ বছৰ ধৰি আছুৰ লগতে কেইবাটাও সংগঠনে বিদেশী সমস্যাৰ নামত হাজাৰ-কোটি টকা সংগ্ৰহ কৰি আজীৱন চান্দা-বৰঙণিৰ ব্যৱসায় চলাই থাকিবৰ বাবে এন আৰ চি প্ৰক্ৰিয়াত বিলম্ব তথা ভুৱা আপত্তিৰ ব্যৱস্থা কৰি এখন নাটক ৰচিছে,” বিধায়ক ইছলামৰ মন্তব্য।

এন আৰ চি প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়কজনে লগতে কয় যে একাংশই ষড়যন্ত্ৰমূলকভাৱে ভুৱা পৰিচয়েৰে আপত্তি দাখিল কৰি বহু পৰিয়ালক অযথা হাৰাশাস্তি কৰিছে।

আনহাতে প্ৰক্ৰিয়াটোত জৰিত চৰকাৰী কৰ্মচাৰীও “ষড়যন্ত্ৰ”ত জৰিত থকাৰ অভিযোগ তুলি বিধায়কজনে এনে লোকৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

লগতে পঢ়ক– এন আৰ চিত অত্যাচাৰিত ভাৰতীয়ক সহায়ৰ অংগীকাৰ আছুৰ

“কোনো এক পক্ষৰ প্ৰৰোচনাত পৰি এন আৰ চি-ৰ প্ৰক্ৰিয়াৰে জড়িত হৈ থকা কৰ্মচাৰীয়েই ভুৱা পৰিচয়েৰে ৰাজ্যৰ বহুবোৰ স্থানত এচাম দৰিদ্ৰ লোকৰ বিৰুদ্ধে এন আৰ চি-ত আপত্তি দাখিল কৰিছে,” কৰ্মচাৰীৰ গ্ৰেপ্তাৰৰ দাবী তুলি ইছলামৰ মন্তব্য।

এন আৰ চিত হাৰাশাস্তিৰ প্ৰতিবাদত কলিয়াবৰ এ আই ইউ ডি এফ-ৰ প্ৰায় দুশ নেতা-কৰ্মীক লগত লৈ ইছলামে ৰাজহ চক্ৰ বিষয়াক এক স্মাৰকপত্ৰও প্ৰদান কৰে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd