• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তি বিভাগৰ কাম কাজৰ পৰ্যালোচনা মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2019 8:17 pm
CM reviews Power Department 3

শক্তি বিভাগৰ সৈতে সোণোৱালৰ বৈঠক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভা কক্ষত শক্তি বিভাগৰ বিভিন্ন প্ৰকল্প আৰু আঁচনি ৰূপায়ণ সম্পৰ্কত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য মন্ত্ৰীয়ে শক্তিৰ বিকল্প উৎস হিচাপে বায়ু শক্তিৰ লেখীয়া অপৰম্পৰাগত শক্তিৰ অসমত থকা সম্ভাৱনীয়তাৰ দিশটো উপযুক্ত ভাবে পৰীক্ষা কৰাৰ বাবে বিভাগক উদ্যোগ ল’বলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে লগতে শক্তিৰ বাণিজ্যিক বিপণন ব্যৱস্থাটো আধুনিকীকৰণৰ ক্ষেত্ৰটো বিশেষ পদক্ষেপ লোৱাৰ বাবে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত বিদ্যুতৰ গ্ৰাহকসকলৰ লগত পোনপটীয়া ভাবে মত-বিনিময় কৰাৰ ওপৰটো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

Apply Now

আনহাতে, সকলো আধুনিক সা-সুবিধা উপলব্ধকৰণৰে শক্তি বিভাগৰ বাবে এটা নতুন মুখ্য কাৰ্যালয় স্থাপনৰ দিশত উপযুক্ত পদক্ষেপ ল’বলৈ মুখ্য মন্ত্ৰীয়ে কয়।

আজিৰ বৈঠকত গেছ টাৰ্বাইন প্ৰকল্প, মিনট্ৰিয়াং ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প, আমগুৰি সৌৰ শক্তি প্ৰকল্প, নামৰূপ ৰিপ্লেচমেণ্ট প্ৰকল্প, মাৰ্ঘেৰিটা শক্তি প্ৰকল্প, চন্দ্ৰপুৰত স্থাপন কৰিবলগীয়া প্ৰস্তাৱিত গেছ ভিত্তিক প্ৰকল্প ইত্যাদি বিভিন্ন প্ৰকল্প সন্দৰ্ভত বিতং ভাবে আলোচনা কৰা হয়। বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কটো আলোচনা কৰা হয়।

মুখ্য মন্ত্ৰীয়ে নিৰ্মাণ কাৰ্য্য চলি থকা প্ৰকল্প সমূহ সময় নিৰ্দ্ধাৰিত ভাবে সম্পূৰ্ণ কৰাৰ বাবে  অগ্ৰাধিকাৰৰ ভিত্তিত পদক্ষেপ ল’বলৈও শক্তি বিভাগক নিৰ্দেশ দিয়ে। মুখ্য মন্ত্ৰীয়ে শক্তি বিভাগৰ প্ৰাত্যাহিক বিদ্যুৎ যোগান অথবা বিদ্যুৎ প্ৰৱাহত বাধাপ্ৰাপ্ত হোৱা, লোড শ্বেডিং কৰিবলগীয়া হোৱাৰ কাৰণ ইত্যাদি বিষয় উল্লেখৰে প্ৰতিদিনে এখনকৈ প্ৰতিবেদন প্ৰস্তুত কৰা আৰু এই প্ৰতিবেদনৰ কপি মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়লৈও প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

আণ্ডাৰ গ্ৰাউণ্ড কেৱলৰে বিদ্যুত পৰিবাহী প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পাইলট প্ৰজেক্ট হিচাপে গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী এলেকাত ইয়াক আৰম্ভ কৰাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

বৈঠকত শক্তি বিভাগৰ বিষয়া সকলে মুখ্য মন্ত্ৰীক ‘মুখ্য মন্ত্ৰী আকাশ দ্বীপ যোজনা’, ‘সৌভাগ্য’, চাহ বাগিচাৰ শ্ৰমিকৰ কোৱাৰ্টাৰত বৈদ্যুতিকৰণ, স্মাৰ্ট মিটাৰ ইত্যাদিৰ ক্ষেত্ৰত বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

আজিৰ এই বৈঠকত শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈ, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, এপিডিচিএলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, শক্তি বিভাগৰ তিনিওতা কোম্পানীৰ শীৰ্ষ বিষয়াসকলে অংশ গ্ৰহণ কৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm
এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd