• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘টাই’ নহয়, ছাত্ৰ-ছাত্ৰীয়ে ডিঙিত গামোচা লৈ অহা এখন ব্যতিক্ৰমী বিদ্যালয়

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
May 21, 2019 3:28 pm
Screenshot_20190521-104117-02

শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া জাতিৰ স্বাভিমান সম্পৰ্কে সকলোৱে কৈ থাকিলেও অসম আৰু অৰুণাচল প্ৰদেশৰ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দেখুৱাই আহিছে অসমীয়া হোৱাৰ হাতে-কামে পৰিচয়।

২০১১ চনত অসম আৰু অৰুণাচল প্ৰদেশৰ তিনিসুতিত স্থানপন হোৱা শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণবেশত অন্তৰ্ভূক্ত হৈ আহিছে অসমীয়াৰ স্বাভিমান স্বৰূপ ফুলাম গামোচাখন।

Apply Now

বিদ্যালয়ৰ গতানুগতিক গণবেশৰ লগতে পৰিধান কৰা ‘টাই’ৰ ঠাইত ছাত্ৰ-ছাত্ৰীসকলে গামোচা পৰিধান কৰি আহিছে বিদ্যালয়খন স্থাপন হোৱা দিন ধৰি। এনেধৰণৰ বিশেষ গণবেশৰ বাবে সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়ে।

আনহাতে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ সময়ত ডিঙিত ফুলাম গামোচা আৰি লৈ প্ৰাৰ্থনা কৰি থকাৰ দৃশ্যই বিদ্যালয়খনৰ চৌহদ শুৱনি কৰি তোলে।

তদুপৰি ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনত অসমীয়া জাতি সত্তাৰ লগত জড়িত হৈ থকা মহাপুৰুষ সকলৰ জীৱন কাহিনী, অসমীয়া সমাজৰ কাম-কাজ আদিৰ ওপৰতো বিদ্যালয়খনত পঢ়োৱা হয় বুলি উল্লেখ কৰে।

বৰ্তমান অসমীয়া মাধ্যমৰ বিদ্যালয়খনত ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে মুঠ ২৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰি আছে।

স্থানীয় জনসাধাৰণে বিদ্যালয়খনৰ এনেধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টাক একেমুখে প্ৰশংসা কৰাৰ লগতে অসমীয়া কৃষ্টি, সংস্কৃতিক জীয়াই ৰখাৰ বাবে কৰা প্ৰয়াসৰ শলাগ লয়।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd