• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ মাৰ্চৰ পৰা জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2018 11:42 am
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১ৰ পৰা ৪ মাৰ্চলৈকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলো লোকৰ সহযোগিতাৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

২২০ বছৰীয়া ঐতিহ্যমণ্ডিত এই ভাওনা মহোৎসৱক সৰাংগ সুন্দৰ ৰূপত উদযাপনৰ বাবে প্ৰস্তুতি সম্পুৰ্ণ কৰি তোলা হৈছে বুলি স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঠিত আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Apply Now

এইবাৰৰ মহোৎসৱত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং, নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সভাপতি শ্বেখৰ সেন, ৰাষ্ট্ৰীয় গ্ৰন্থ পৰিষদৰ সঞ্চালিকা ড০ ৰীতা চৌধুৰী, ৰাজ্যপাল জগদীশ মুখী, মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱাল, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বহু উচ্চ পদস্থ  বিষয়াই অংশগ্ৰহণ কৰিব।

১ মাৰ্চৰ পুৱা ৯.৩০ বজাত খাদৈচুক গাঁৱৰ পৰা ভাওনা ক্ষেত্ৰলৈ উলিওৱা এক বৰ্ণাট্য শোভাযাত্ৰাৰ পিছতে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই ভাওনা ক্ষেত্ৰ উন্মোচন কৰিব। বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব লগীয়া প্ৰথম দিনটোত  শোণিতপুৰ জিলাৰ উপাযুক্ত মনোজ কুমাৰ ডেকা  আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই অংশগ্ৰহণ কৰিব।

মহোৎসৱৰ দ্বিতীয় দিনা উপস্থিত থাকিবলগীয়া গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যপাল জগদীশ মুখীক উদযাপন সমিতিৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। উক্ত দিনটোতে সংগীত নাটক একাডেমী বটাঁপ্ৰাপক যতীন গোস্বামীয়ে শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব।ইয়াৰোপৰি অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদী উন্মোচন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই।

আনহাতে সন্ধিয়া ৭ বজাত মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰিব। অনুষ্ঠানটোত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী,  স্বাস্থ্য, শিক্ষা আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিৰ মন্ত্ৰী নৱ দলে আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হূষিকেশ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

৪ মাৰ্চত বাৰেচহৰীয়া ভাওনাৰ বিশিষ্ট শিল্পীসকলক সম্বৰ্ধনা আৰু বটাঁ বিতৰণী অনুষ্ঠান আয়োজন কৰা হ’ব। উক্ত দিনা সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব  নতুন দিল্লীৰ সংগীত নাটক একাডেমী সভাপতি শ্বেখৰ সেনে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd