• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঢ়মপুৰত বন বিভাগৰ অতৰ্কিত অভিযানত ৫ লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
May 22, 2019 3:49 pm
IMG-20190522-WA0004

বঢ়মপুৰত বন বিভাগৰ অভিযানত জব্দ হোৱা চোৰাং কাঠখিনি

868
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহাক নাকী লগোৱাৰ উদ্দেশ্যে  বুধবাৰে বন বিভাগে জিলাখনৰ বিভিন্ন স্থানত চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

বিভাগে প্ৰথমে নগাঁৱৰ পানীখাটী অঞ্চলত থকা কাঠ ফলা মিলসমূহত অভিযান চলাই আব্দুল মান্নান, মুকুট আলী আৰু নিপুল আহমেদৰ অবৈধ কাঠফলা মিল দুটা বন্ধ কৰি দিয়াৰ লগতে প্ৰায় ১ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে।

তাৰ পাছত অভিযানকাৰী দলটোৱে অভিযান চলাই চলচলি আৰু বঢ়মপুৰত। বন বিভাগৰ দলটোৱে বঢ়মপুৰৰ বৰটোপত অভিযান চলাই টুটুমনি শৰ্মাৰ অবৈধ কাঠমিলটো জব্দ কৰাৰ লগতে প্ৰায় ৩-৪ লাখ টকাৰ চোৰাং কাঠ জব্দ কৰে।

তাৰোপৰি, চলচলিত নজৰুল হুইছেনৰ পৰা প্ৰায় ৫০ ৰ পৰা ৬০ হাজাৰ টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰে। বন বিভাগে উক্ত অভিযানত সৰ্বমুঠ তিনিটাকৈ কাঠ ফলা মিলৰ লগতে পাঁচ লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

অবশ্যে অভিযান কালত এজনো চোৰাং ব্যবসায়ীক আটক কৰিবলৈ সক্ষম নহল বন বিভাগৰ দলটোৱে। চোৰাং কাঠৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে বন বিভাগৰ এনে অতৰ্কিত অভিযানক সচেতন মহলে আদৰণি জনাইছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd