• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপৰ্য্যয়ৰ পিছত, ৰিপুণ হটাও অভিজানে গতিবেগ লাভ কৰিছে অসমত

অনুপ শৰ্মা by অনুপ শৰ্মা
May 24, 2019 9:32 pm
Assam MP Ripun Bora opposes oil fields’ privatisation in Rajya Sabha

ৰিপুণ বৰা। ফাইল ছবি।

1.7k
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনত দলৰ বিপৰ্য্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ইউ পি কংগ্ৰেছ সভাপতি ৰাজ বাব্বৰে পদত্যাগ কৰাৰ পিছত, চলিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা হটাও অভিজানে গতিবেগ লাভ কৰাৰ সম্ভাৱনা আছে।

বৰাক শীৰ্ষ পদবীটোৰ পৰা হতাব লাগে বুলি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ শীৰ্ষ  নেতাগণক অসম কংগ্ৰেছৰ একাংশ দলীয় নেতাই জনোৱা আহ্বানক লৈ বিসম্বাদে তীব্ৰ গতি আৰ্জন কৰিছে। বৰা, বৰ্তমান এজন ৰাজ্যসভা সাংসদ, -এ  ২০১৬ৰ অসম বিধান সভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ বিপৰ্য্যয়ৰ পিছত এ পি চি চিৰ দায়িত্ব গ্ৰহণ কৰিছিল।

এইটো কথা ইয়াতে উল্লেখ কৰিব পৰা যায় যে এটা অংশৰ নেতাৰ বৰা বিৰোধিতাৰ জৰিয়তে অসমৰ কংগ্ৰেছত ভিতৰুৱা যুদ্ধ বাঢ়ি আহিছে।

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বে, অসমৰ পৰা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত ৰাহুল গান্ধী আৰু এ আই চি চি সম্পাদক কে চি ভেনুগোপালকে ধৰি এ আই চি চি নেতাসকলক সাক্ষাৎ কৰিছিল আৰু এটা আনুষ্ঠানিক অভিযোগ বৰাৰ বিৰুদ্ধে দাখিল কৰিছিল। প্ৰতিনিধি দলটোৱে অভিযোগ কৰিছিল যে বৰাই লোকসভা নিৰ্বাচনৰ বাবে দলীয় টিকেট বিতৰণত ঘোষ গ্ৰহণ কৰিছিল।

“লোকসভা নিৰ্বাচনৰ বাবে দলৰ টিকেট বিতৰণত অবৈধ অনুশীলন চলিছে। এইটোৱেই হৈছে সেইটো কাৰণ যাৰ কাৰণে আমাৰ দলে লোকসভা নিৰ্বাচনত ভুগিব লগা হৈছে,’’ ক’লে কংগ্ৰেছ নেতা আৰু প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই। শৰ্মাই লগতে ক’লে যে বৰাৰ এ আই ইউ দি এফৰ সৈতে পিছদুৱাৰ মিত্ৰতাও আছিল যিটোৱে দলটোক ক্ষতিগ্ৰস্ত কৰিছে।

“মই কংগ্ৰেছ দলৰ এজন শৃংখলাবদ্ধ সৈনিক। দলৰ হাই কমান্দে মোক এটা দায়িত্ব দিছে আৰু মই সেইটো পূৰণ কৰিবৰ নিমিত্তে চেষ্টা কৰিছো। মই ইতিমধ্যে লোকসভা নিৰ্বাচনত অসমত দলৰ বিপৰ্য্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছো। দলৰ হাই কমান্দে মোৰ সম্ব্ন্ধত যিয়ে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া মানিবলৈ মই বাধ্য,” বৰাই শুকুৰবাৰে কৈছিল।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd