• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কয়লাৰ বৃহৎ চিণ্ডিকেট দুধনৈত; দিচপুৰলৈকে আহে টকাৰ ভাগ!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 7:42 pm
প্ৰতিনিধিত্বমূলক ছবি। ফটোৰ উৎস : ইণ্টাৰনেট

প্ৰতিনিধিত্বমূলক ছবি। ফটোৰ উৎস : ইণ্টাৰনেট

676
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ৰাজ্যত পুনৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ উঠিছে। শেহতীয়াকৈ গোৱালপাৰা জিলাৰ দুধনৈত চলিব ধৰিছে কয়লাৰ এক বৃহৎ ছিণ্ডিকেট ৰাজ।

উল্লেখযোগ্য যে দীৰ্ঘদিনৰ বিৰতিৰ পিছত মেঘালয়ৰ পৰা কয়লা পৰিবহণ মুকলি কৰি দিয়াৰ পিছত দুধনৈৰ দামৰাত এতিয়া অস্থায়ীভাৱে গে’ট বহুৱাই মেঘালয় অভিমুখী প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা ২৫০০ৰ পৰা ৩০০০ টকালৈকে সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে।

একাংশ ট্ৰাক মালিকে উক্ত অভিযোগ আনি কয় যে প্ৰতিদিনে ৬২নং ৰাষ্ট্ৰীয় ঘাই পথেদি যোৱা প্ৰায় ৬ শতাধিক ট্ৰাকৰ পৰা দৈনিক ১৮ লাখৰো অদিক টকা সংগ্ৰহ কৰা হয়।

কাৰ নেতৃত্বত এই বৃহৎ ছিণ্ডিকেট চলি আছে সেয়া পোহৰলৈ অহা নাই যদিও স্থানীয় লোকৰ মতে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগত বিজেপি আৰু কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে ইয়াক চলাই আছে। বহুতে দুধনৈ সমষ্টিৰ বিধায়ক গৰাকীও উক্ত ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগ আনে।

আনহাতে এক গোপন সূত্ৰৰ মতে এই সমগ্ৰ ছিণ্ডিকেট চক্ৰৰ লগত দিচপুৰৰ একাংশ মন্ত্ৰী-আমোলাও জড়িত আছে।

আনকি জিলাখনৰ উপাযুক্ত গৰাকীক বিষয়টো অৱগত কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মন্ত্ৰী-আমোলায়ো যে ছিণ্ডিকেটৰ টকাৰ ভাগ পায় সেয়া বুজিব পাৰি।

চৰকাৰৰ আংশীদাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই নৰ্থ-ইষ্ট নাওৰ আগত কোনো প্ৰভাৱশালী ব্যক্তিৰ ছত্ৰছায়াতে দামৰাত কয়লাৰ চিণ্ডিকেটত চলি আছে বুলি মন্তব্য কৰি কয় যে এয়া চৰকাৰখনৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবে চৰকাৰ বিৰোধী চক্ৰৰ ষড়যন্ত্ৰ।

ইয়াৰ সৈতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ তথা যৌথ সংগ্ৰাম সমিতিৰ কোনো লোক জড়িত নহয় বুলি উল্লেখ কৰি তেওঁ শীঘ্ৰে উক্ত ছিণ্ডিকেট ৰাজ বন্ধ কৰাৰ দাবী জনায়।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd