• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখ্যাতিৰে উত্তীৰ্ণ হৈও উচ্চশিক্ষা গ্ৰহণৰ পথ দেখা নাই কলিয়াবৰৰ তিনিজন কৃতী ছাত্ৰই; সাহায্যৰ আহ্বান

দিন মজুৰি কৰা অভিভাৱকৰ অভাৱ সাহস আৰু সম্বলৰ; মেধাৱী ছাত্ৰকেইজনৰ বাবে সাহায্যৰ আহ্বান

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 28, 2019 8:07 pm
Students

মেধাৱী ছাত্ৰকেইজন।

906
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ তিনিটা দুখীয়া পৰিয়ালৰ তিনিজন মেধাৱী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো উচ্চশিক্ষা গ্ৰহণৰ পথত থমকি ৰ’ব লগা হৈছে।

দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়া অভিভাৱককেইজনে সাহস আৰু সম্বলৰ অভাৱত ভুগিছে ছাত্ৰকেইজনৰ মেধাশক্তিক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত।

কলিয়াবৰ অঞ্চলৰ হাটীগাঁও নিৱাসী অজিত শইকীয়া আৰু ৰীতা শইকীয়াৰ পুত্ৰ ৰিদিপ শইকীয়া, উলুৱনি গাঁৱৰ দুলন হাটীমতা আৰু মিনু হাটীমতাৰ পুত্ৰ দীপজ্যোতি হাটীমতা আৰু বৰুৱাচুক গাঁৱৰ ভুজেন বৰুৱা আৰু প্ৰণীতা বৰুৱাৰ পুত্ৰ মৃগাংক বৰুৱা –এই তিনিওজনে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ মাজতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশৰো অধিক নম্বৰ লৈ উত্তীৰ্ণ হয়। ৰিদিপ শইকীয়াই ৮৭.৬৬ শতাংশৰে ডিষ্টিংচন পোৱাৰ বিপৰীতে দীপজ্যোতিয়ে ৮৪.১৭ শতাংশেৰে ষ্টাৰ নম্বৰ লাভ কৰে আৰু মৃগাংক বৰুৱাই চাৰিটা বিষয়ত লেটাৰসহ ৮২ শতাংশ নম্বৰ লাভ কৰিছে।

কি্ন্তু এই মেধাৱী ছাত্ৰকেইজনৰ পৰিয়ালকেইটাৰ আৰ্থিক অৱস্থাই তেওঁলোকৰ শিক্ষাৰ বাটত বাধাৰ সৃষ্টি কৰিছে।

কোনোবাজনৰ দেউতাকে যদি আনৰ গাড়ী চলাই জীৱিকা উলিয়ায়, কোনোবাজনৰ দেউতাকে বজাৰে-সমাৰে কেঁচা চানা বিক্ৰী কৰি পৰিয়াল চলায়। কোনোবাই কৰে জবকাৰ্ডৰ কাম। ফলত মেধাৱী ছাত্ৰকেইজনৰ শিক্ষাৰ অগ্ৰগতিৰ প্ৰতি নামি আহিছে শংকা।
পৰিয়ালকেইটাই কলিয়াবৰবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰকেইজনে যাতে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি আৰু আগুৱাই যাব পাৰে, তাৰ বাবে কিছু সাহায্যৰ আহ্বান জনাইছে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd