• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত উদ্ধাৰ হ’ল বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

সভাপতি চামম by সভাপতি চামম
January 23, 2018 8:09 pm
গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত তালাচী মণিপুৰ আৰক্ষীৰ

গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত তালাচী মণিপুৰ আৰক্ষীৰ

148
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই আজি ইম্ফল ইষ্ট জিলাৰ চ্চানিংপকপি গাঁৱৰপৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি অভিযানটো আজি পুৱা ৫.৩০ৰপৰা ১০.৩০ বজালৈকে চলোৱা হৈছিল।

ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন-শৃংখলা) ৱুংপাম কাচাৰে জনোৱা মতে অভিযানটোত জোপোহাৰ মাজত ক’লা পলিথিনেৰে ঢাকি থোৱা অৱস্থাত এটা ৩০৩ এল এম জি আৰু ৪০ ৰাউণ্ড গুলি, ২ জাঁই গুলিৰে সৈতে এটা লেথ’ৰ গান, এটা দেশীয় বন্দুক, ১৮ জাঁই গুলিসহ ৩ টা দেশীয় পিস্তল আৰু এটা দেশীয় ৰিৱ’লৱাৰ উদ্ধাৰ কৰা হয়।

আজিৰ অভিযানটোৰ নেতৃত্ব দিছিল আৰক্ষীৰ ডি এছ পি (কমাণ্ড’) ৰবিনচন খামনম, ডি এছ পি (অভিযান) আৰ কে চাকলেম্বা আৰু ইম্ফল ইষ্ট আৰু জেমান্দাৰ ইবুংপিৰ কমাণ্ড’ গোটৰ পৰিদৰ্শক লুনথাং ৱাইপেইয়ে।

আনহাতে গণৰাজ্য দিৱস উপলক্ষে মণিপুৰ আৰক্ষীয়ে গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে ইম্ফল ইষ্ট জিলাৰ মহাবলীত আজি গধূলি ৫ৰপৰা ৫.৪৫ বজালৈকে এক তালাচী অভিযান চলোৱা হয়।

ইম্ফল ইষ্ট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পৰ্য্যৱেক্ষণত জিলাখনৰ কমাণ্ড’ৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানকালত ৯০ জন পুৰুষক তালাচী চলোৱা হয়। তালাচী কালত সঠিক পৰিচয়পত্ৰ দেখুৱাব নোৱৰা ৩ জন ব্যক্তিক অধিক তথ্যৰ বাবে পৰম্পাট আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

Recent News

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

১০% বৃদ্ধি পালে ভাৰতৰ বৈদেশিক ঋণ : ৭৩৬.৩ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰিলে ঋণে

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

মাজুলীৰ কৃষকৰ ব্যৱসায়ীক সফলতা! মধ্য এছিয়া-ইউৰোপলৈ ২৬৭ মেট্ৰিক টন ৰঙা বাও ধানৰ ৰপ্তানি

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

শিক্ষকসকলৰ কাৰ্যালয়ত উপস্থিতিৰ সময়ক লৈ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ অসম আৰু মিজোৰামত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd