• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্থ গণতান্ত্ৰিক সমাজ গঢ় দিবলৈ হ’লে জনসাধাৰণক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তুলিব লাগিব : হোমেন বৰগোহাঞি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 23, 2018 9:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মহানগৰস্থিত গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত বিধায়ক আব্দুল খালেকৰ ‘ৰাষ্ট্ৰবাদ-মুছলমান ইত্যাদি’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে উল্লেখ কৰে যে সুস্থ গণতান্ত্ৰিক সমাজ গঢ় দিবলৈ হ’লে জনসাধাৰণক ৰাজনৈতিকভাৱে শক্তিশালী কৰি তুলিব লাগিব। ইয়াৰ উপৰি বিশিষ্ট সাংবাদিকজনে বিধায়ক তথা বিশিষ্ট লেখক আব্দুল খালেকৰ প্ৰশংসাত পঞ্চমুখ হৈ বৰগোহাঞিৰ সৈতে তেওঁৰ পূৰ্বৰ সম্পৰ্কৰ বিষয়েও অৱগত কৰে। এই প্ৰসংগত তেওঁ উল্লেখ কৰে যে তেওঁৰ জীৱনৰ এটা অধ্যায় বিধায়ক খালেকৰ সৈতে পাৰ হৈছে।

তদুপৰি উল্লেখিত গ্ৰন্থখন তেওঁৰ নামত উচৰ্গা কৰাটো তেওঁৰ বাবে অস্বস্তিদায়ক কথা হৈ পৰিছে বুলি ৰসিকতাপূৰ্ণ মন্তব্য প্ৰদান কৰে। লগতে তেওঁৰ নামত গ্ৰন্থখন উৎসৰ্গা কৰাৰ বাবে খালেকৰ গ্ৰন্থখনৰ  প্ৰশংসা কৰিব নোৱাৰিম বুলি উল্লেখ কৰে।

Apply Now

উল্লেখনীয় যে আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত বৰগোহাঞিয়ে কয় যে বৰ্তমানৰ কংগ্ৰেছী বিধায়ক আব্দুল খালেক তেওঁৰ বাবে এজন স্মৰণীয় ব্যক্তি হোৱাৰ লগতে সমগ্ৰ অসমীয়া জাতিটোৰ বাবে স্মৰণীয়। এই প্ৰসংগত তেওঁ মন্তব্য কৰে যে খালেকৰ বাবেই তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসনভাৰ পাবলৈ সক্ষম হৈছিল। আনহাতে তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে কলগাছিয়াত তেওঁৰ সভাপতি হৈ থকাৰ দিনতে সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে বৰ্তমান সময়ত তেনে ভিতৰুৱা অঞ্চল সমূহত অসম সাহিত্য সভাৰ কোনো অনুষ্ঠান অনুষ্ঠিত নহয়।

আনহাতে তেওঁ উল্লেখ কৰা অনুসৰি  ১৯৯৫ চনৰ প্ৰথমছোৱাতে খালেকে ৰাজনৈতিক নেতা মেহদী আলম বৰাৰ সৈতে বাতৰি কাকতত সাংবাদিকৰ চাকৰি বিচাৰি গৈছিল, কিন্তু প্ৰথম অৱস্থাত খালেকৰ গাত লেখা-মেলা কৰিব পৰা যোগ্যতা দেখা পোৱা নাছিল। বৰ্তমান সময়ত সেই সময়ৰ খালেকে এনেধৰণৰ গ্ৰন্থ প্ৰকাশ কৰিব পৰা কথাত তেওঁ আশ্চাৰ্য্য প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ কয় যে খালেকক সেই সময়ত তেওঁ চাকৰি দিয়া নাছিল যদিও অসম বাণী কাকতৰ বাবে লিখিবৰ বাবে অনুমতি দিছিল আৰু তাৰ বিনিময়ত খালেকক নগণ্য পৰিমাণৰ মাননি প্ৰদান কৰিছিল।

নিজৰ বক্তব্যৰ শেষত তেওঁ আব্দুল খালেকক আশীৰ্বাদ প্ৰদান কৰি খালেকৰ কলমেৰে ভবিষ্যতে আৰু অধিক লেখা প্ৰকাশ পোৱাটো কামনা কৰে।

উক্ত গ্ৰন্থ উন্মোচনী সভাখনৰ সঞ্চালকৰ দায়িত্বত থাকে ড০ আবু নাছাৰ ছাইদ আহমেদ। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা আৰু বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ লগতে বিশিষ্ট সাহিত্যিক বিনন্দীৰাম দাস, ড০ মঞ্জুশ্ৰী পাঠক উপস্থিত থাকে।

সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি ড০ লক্ষ্মীনন্দন বৰাই কয় যে আব্দুল খালেকৰ প্ৰকাশিকা শক্তি উচ্চস্তৰীয় হোৱাৰ লগতে তেওঁৰ লেখা তত্ত্বগধুৰ আৰু ভাবসম্পন্ন। ইয়াৰ উপৰি ৰাষ্ট্ৰবাদৰ ধাৰণাটো স্পষ্ট ৰূপত ফুটাই তোলাৰ প্ৰয়াস কৰিছে বুলি তেওঁ উল্লেখ কৰে। ব্যক্তিৰ জীৱনক লৈ লেখা-মেলাৰ ক্ষেত্ৰত আব্দুল খালেকৰ অধিক দক্ষতা আছে বুলি কৈ বৰাই কয় যে প্ৰাক্তন মহিলা প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ জীৱনৰ বিষয়েও তেওঁ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd