• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পেমা খাণ্ডুৱে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰি উৎসৰ্গা কৰিলে পূব অৰুণাচলবাসীলৈ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
January 23, 2018 10:05 pm
উদ্বোধনৰ সময়ৰ চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰি পূব অৰুণাচলবাসীৰ বাবে উৎসৰ্গা কৰিলে।এই কাৰ্যালয়ৰ স্থাপনৰ ফলত ৰাইজ আৰু চৰকাৰৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি পেমা খাণ্ডুৱে মন্তব্য কৰে। মুখ্য মন্ত্ৰীয়ে কাৰ্যালয়টো  উদ্বোধন কৰি ৰাইজৰ প্ৰতি দায়বদ্ধতা তথা ৰাজনৈতিক প্ৰতিশ্ৰুতি পালন কৰিলে।

ইয়াৰ উপৰি খাণ্ডুৱে মঙলবাৰে মুখ্য অভিযন্তা(পি ডব্লিউ ডি), মুখ্য অভিযন্তা(পি এইচ ডি আৰু ডব্লিউ এছ) আৰু তত্বাৱধায়ক অভিযন্তা( আৰ ডব্লিউ ডি) বিভাগৰো শুভ উদ্বোধন কৰে।

Apply Now

পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয়ে পূব অৰুণাচলৰ মুঠ ১১ খন জিলাৰ প্ৰশাসনিক কাম-কাজ নিয়ন্ত্ৰিত কৰিব। জিলাকেইখন হ’ল পূব চিয়াং, চিয়াং, উজনি চিয়াং, নামনি দিবাং উপত্যকা, আনজ্ব, টিৰাপ আৰু লংদিং।

ৰাইজক সম্বোধন কৰি কয় যে পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয় আৰু মুখ্য অভিযন্তা কাৰ্যালয়ৰ অধীনত বুনিয়াদী উন্নয়নৰ বাবে পৰৱৰ্তী বাজেটত ধন মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তদুপৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰদেশখনত প্ৰশাসনিক কাম-কাজ বিকেন্দ্ৰীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

‘মুখ্য অভিযন্তা(পি ডব্লিউ ডি), মুখ্য অভিযন্তা(পি এইচ ডি আৰু ডব্লিউ এছ) আৰু তত্বাৱধায়ক অভিযন্তা( আৰ ডব্লিউ ডি)ৰ কাৰ্যালয় ইটানগৰৰ লগতে নামছাইৰ পৰা পৰিচালিত হ’ব। লগতে পূব অৰুণাচলৰ ১১ খন জিলাৰ সকলো চৰকাৰী কাম-কাজ পূব মাণ্ডলিক আয়ুক্ত কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰিত হ’ব’, মুখ্য মন্ত্ৰী খাণ্ডুৱে এইদৰে জনায়।

উল্লেখযোগ্য যে বৰ্তমান পূব মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়ৰ কাম-কাজ পুৰণি উপায়ুক্ত কাৰ্যালয়ৰ পৰা চলিব। ইতিমধ্যে এই কাৰ্যালয় স্থাপনৰ বাবে ভূমি চিনাক্ত কৰি থকা হৈছে বুলিও জনায়।

এই অনুষ্ঠানত উপ মুখ্য মন্ত্ৰী চাওনা মিন, মন্ত্ৰীমণ্ডল, সংসদীয় সচিৱ, বিধায়ক, মুখ্য সচিৱ সত্য গোপাল, মাণ্ডলিক উপায়ুক্ত বলুঙ পাৰ্মীৰ লগতে ১১ খন জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd