• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি নিৰ্মম প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

সহায়ৰ বাবে “আল্লা”ক চিঞৰা ব্যক্তিজনক প্ৰহাৰ কৰা যুৱককেইজন খাচি সম্প্ৰদায়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2019 3:59 pm
Unidentified Man beaten
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৌদিশে ঈদৰ উছাহ চলি থকাৰ মাজতে মেঘালয়ত এজন অচিনাক্ত ব্যক্তিক কেইজনমান যুৱকে সম্পূৰ্ণ উলংগ কৰি অতি নিৰ্মমভাৱে মাৰপিট কৰা এটা ভিডঅ’ ভাইৰেল হৈ পৰিছে হোৱাটছ এফকে ধৰি ছ’চিয়েল মিডিয়াত।

ঘটনাটোৰ স্থান আৰু যুৱককেইজনৰ পৰিচয় সম্পৰ্কত এই পৰ্য্যন্ত সম্পূৰ্ণ নিশ্চিত হ’ব পৰা নাই যদিও প্ৰহৃত ব্যক্তিজনৰ মুখত দীঘল দাঢ়ি দেখা গৈছে আৰু তেওঁ প্ৰহাৰৰ যন্ত্ৰণাত কেইবাবাৰো আল্লা বুলি চিঞৰা শুনা গৈছে। তেওঁ যুৱককেইজনক হাতযোৰ কৰি ক্ষমাও বিচাৰে।

Apply Now

মানুহজনৰ কাকূতি-মিনতিৰ প্ৰতি সমূলি অনুকম্পা নেদেখুওৱাকৈ উপৰ্য্যুপৰি ঘোচা, গোৰ আদিৰে প্ৰহাৰ কৰি যোৱা যুৱককেইজনৰ চেহেৰা-পাতিত খাচি সম্প্ৰদায়ৰ বৈশিষ্ট্য স্পষ্ট। তেওঁলোকে আটাইকেইজনে একেলগে বিভিন্ন দিশৰ পৰা মানুহজনৰ বুকু, মূৰ আৰু মুখমণ্ডলত ঘোচা, গোৰ শোধায়। আনকি তেওঁৰ গুপ্তাংগতো আঘাত কৰে যুৱককেইজনে।

ভিডিঅ’টোত ঘটনাটোৰ পটভূমি হিচাপে যিটো জনহীন যেন লগা ঘৰ দেখা গৈছে সেইটো আৰু আন দৃশ্যমান অংশবোৰে এয়া খাচি লোকালয় বুলি বিশ্বাস জন্মায়। এটা সূত্ৰৰ মতে, ঘটনাস্থল পশ্চিম খাচি পাহাৰ জিলাৰ ৰাণীকোৰ নামৰ ঠাই আৰু যুৱককেইজন সেই ঠাইখনৰে।

ঘটনাটোৰ সময়ত ওচৰত কোনো জ্যেষ্ঠ মানুহ বা যুৱকেকেইজনৰ বাদে আন মানুহৰ উপস্থিতি দেখা নাযায়।

ঈদৰ আগনিশা হোৱাটছ এপত দ্ৰুতভাৱে বিয়পি পৰা ভিডিঅ’টো কোনে ৰেকৰ্ডিং কৰিলে বা কোন উৎসৰ পৰা আহিল সেই সম্পৰ্কেও একো নিশ্চিত তথ্য পোৱা হোৱা নাই।

মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানক এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত তেওঁ ভিডিঅ’টো সম্পৰ্কে এতিয়ালৈকে একো কথা জ্ঞাত নহয় আৰু ইয়াৰ অনুসন্ধান কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়া বুলি জনায়।

“ঘটনাটো কেতিয়া হৈছিল জানিব পৰা হোৱা নাই। ভুক্তভোগী মানুহজনৰ পৰিচয় উদ্ধাৰৰ চেষ্টাও কৰি থকা হৈছে”, পশ্চিম খাচি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক মেক্সৱেল ছিয়েমে কয়।

https://www.facebook.com/nenownews/videos/1275048202643802/

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd