• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত মহিলাই কৰিলে “দক্ষ যজ্ঞ, সতীৰ দেহত্যাগ” ভাওনা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 9, 2019 5:53 pm
ladies bhaona in assam's sivasagar

শিৱসাগৰত মহিলাৰ ভাওনাৰ দৃশ্য।

1.9k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ গৌৰৱ নগৰৰ যদুমণি শিল্পী সমাজৰ দ্বাৰা শনিবাৰে নগৰৰ নাট্যমন্দিৰত মহিলা শিল্পীৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হয়।

মহিলাসকলে প্ৰদৰ্শন কৰা ভাওনা খনৰ নাম হ’ল “দক্ষ যজ্ঞ, সতীৰ দেহত্যাগ”। প্ৰায় ২৬গৰাকী মহিলাই বিভিন্ন ভাওত অভিনয় কৰি উপস্থিত দৰ্শকসকলক মুগ্ধ কৰে।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাত তাহানিতে কেৱল পুৰুষেহে ভাও লৈছিল। আনকি ভাওনাৰ নাৰীৰ চৰিত্ৰসমূহো ৰূপায়ণ কৰিছিল পুৰুষে। এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে। পুৰুষৰ সমানে ফেৰ মাৰি এতিয়া মহিলায়ো প্ৰদৰ্শন কৰিছে ভাওনা।

শনিবাৰে যদুমণি শিল্পী সমাজৰ দ্বাৰা প্ৰদৰ্শিত মহিলাই কৰা ভাওনাত প্ৰতিগৰাকী মহিলাৰ সুন্দৰ সবল অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ভাওনাখন উদ্বোধন কৰে মৰাণ ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক অজয় গগৈয়ে। পৰিচালনা কৰে অম্লানজ্যোতি দাস আৰু প্ৰযোজনা কৰে নিৰ্মলা দাসে।

ভাওনাখনত বিভিন্ন ভাওত অভিনয় কৰে ক্ৰমে সূত্ৰত সুনয়ানা কে হাজৰিকা, নাৰায়ণ কাকতি ডেকা, নাৰদ পাৰ্চী বড়া, ব্ৰহ্মা পঞ্চমিতা দাস, শিৱ দৰ্শনা গগৈ, নন্দী ৰিয়া বৰা, ভৃংগী বাৰ্চিলীনা ৰাজকুমাৰী, ভৃগুমুনি প্ৰিয়ংকা দাস, দক্ষ জ্ঞান শিখা দাস, সেনাপতি অভিস্মাতা শৰ্মা, ইন্দ্ৰ মিতালী নাথ, শনি গীতিমণি দাস, পৱন প্ৰিয়া ৰাউট, বৰুণ নেহা দাস, তাৰকাসুৰ অনিতা দাস ভৰালী, সম্বাৰাসুৰ ৰশ্মি দাস, জংঘাসুৰ মৌচুমী হাতীমূৰীয়াৰ লগতে কল্পনা মেদক, জিতুমণি হাজৰিকা, অঞ্জলি দাস, ইণ্ডিয়া পেগু, অঞ্জলি গগৈ, নিৰ্মলা দাস, আস্থা দাস, সৃষ্টিস্নেহা হাজৰিকা আৰু মণিষা দত্তই।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd