• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট নগৰত ড্ৰাগছৰ অবাধ প্ৰচলন; এজন যুৱকৰ মৃত্যু

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
June 10, 2019 7:14 am
drugs-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাটত বৰ্তমান সুলভ হৈ পৰিছে নিচাযুক্ত ড্ৰাগছৰ অবৈধ প্ৰচলন। দেওবাৰে ড্ৰাগছ সেৱনৰ ফলত গোলাঘাট নগৰত  এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই নগৰখনত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

নিহত যুৱকজনক গোলাঘাট নগৰৰ চান্দমাৰীৰ নিবাসী প্ৰয়াত প্ৰভাত গোস্বামী আৰু ৰুণু গোস্বামীৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ গোস্বামী বুলি জানিব পৰা গৈছে।

Apply Now

প্রাপ্ত তথ্য অনুসৰি পুনেত উচ্চ শিক্ষা গ্ৰহণ কৰি অহা প্ৰায় ২৫ বছৰীয়া সঞ্জীৱ বিগত কিছুদিনৰ পৰা ড্ৰাগছ আসক্ত হৈ পৰে। এনে পৰিস্থিতিত স্বামীৰ মৃত্যুৰ পিছত নিজৰ একমাত্ৰ সাৰথি পুত্ৰক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ বাবে ৰুণু গোস্বামীয়ে তেওঁক গুৱাহাটীত নি চিকিৎসা কৰাই আনিছিল। কিন্তু চিকিৎসা কৰাই ঘৰলৈ অনাৰ এটা দিন পাৰ নৌহওতেই কালি সঞ্জীৱে পুনৰ ড্ৰাগছ সেৱন কৰি অকালতে মৃত্যুক সাবটিব লগা হয়।

জানিব পৰা মতে গোলাঘাটত উপস্থিত হোৱাৰ পিছতে সঞ্জীৱে মনে মনে গৈ ঘৰৰ সমীপৰ জজৌ নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰত গৈ ড্ৰাগছ সেৱন কৰে আৰু কিছু সময়ৰ পিছত স্থানীয় লোকে তেওঁক ওচৰৰ এখন চাহ বাগিচাৰ কাষত মৃতপ্ৰায় অৱস্থাত পৰি থকা প্ৰতক্ষ্য কৰে।

অসুস্থ যুৱকজনক ততাতৈয়াকৈ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ গোলাঘাট আৰক্ষীয়ে নগৰখনত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ইতিমধ্যে গভীৰভাৱে শিপাই পৰা এই মাৰাত্মক দ্ৰব্যৰ প্ৰচলন ৰোধ কৰিব পৰা নাই। বিশেষকৈ মহাবিদ্যালয়কেইখনৰ সমীপতে চলা ড্ৰাগছৰ অবাধ ব্যৱসায়ে বহু কলেজিয়া ছাত্ৰ-ছাত্ৰীৰ জীৱন অকালতে ধ্বংস কৰিছে।

আনহাতে জজৌৰ লগতে নগৰখনৰ বিভিন্ন স্থানত ড্ৰাগছ ব্যৱসায় চলাই অহা অসাধু চক্ৰটো সময়ে সময়ে আৰক্ষীৰ জালত পৰে যদিও আইনৰ সুৰুঙাৰে তেওঁলোক মুকলি আকাশৰ তললৈ আহি পুনৰ উক্ত ব্যৱসায় আৰম্ভ কৰে।

নগৰৰ শান্তিপুৰ, কুমাৰপট্টি, তপননগৰ, শ্ৰীমন্তনগৰ, উদয়নগৰ, জ্যোতিনগৰ, মাৰোৱাৰী পট্টিকে ধৰি বিভিন্ন অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলন সহজলভ্য হৈ পৰাত প্ৰতিদিনে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাব ধৰিছে, যাৰ পৰিণতিত উক্ত  যুৱকজনে প্ৰাণ হেৰুৱাব লগা হ’ল।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd