• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
June 12, 2019 5:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘শিশু দেশৰ ভৱিষ্যত, শিক্ষাই দিয়ে শক্তি, সুনিশ্চিত কৰিব দেশৰ প্ৰগতি, শিশুক কামত নিয়োগ নকৰিব, শিশুৰ সোণালী শৈশৱ কাঢ়ি নিনিব’ – এই শ্লোগানেৰে সমগ্ৰ বিশ্বৰ লগতে বিশ্বনাথতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয়।

অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা আইনী সেৱা প্ৰাধিকৰণৰ সহযোগত  বিশ্বনাথ জিলাৰ চাৰিটা সুকীয়া সুকীয়া স্থানত এই দিৱস উপলক্ষে আজি ৰাজহুৱা সভা আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয় । সাকোমঠা, বাঘমৰা আৰু বিহালী উন্নয়ন খণ্ডৰ লগতে বিশ্বনাথ পৌৰসভাৰ কাৰ্যালয়ৰ সভাকক্ষতো এই উপলক্ষে এক সজাগতা সভাৰ আয়োজন কৰা হয়।

Apply Now

তেজপুৰৰ সহকাৰী শ্ৰম আয়ুক্ত এছ ভট্টাচাৰ্যই আঁত ধৰা এই সভাত অংশগ্ৰহণ কৰি বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, বিশ্বনাথ পৌৰসভাৰ সভানেত্ৰী ৰুলি শৰ্মা, জিলা আইনী সেৱা প্ৰাধিকৰণৰ হৈ অধিবক্তা বিনীতা উপাধ্যায় আদিয়ে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ তাৎপৰ্য আৰু শিশু শ্ৰমিক নিয়োগৰ ভয়াৱহতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

শিশু শ্ৰমিক সম্বন্ধীয় যিকোনো তথ্য অৱগতকৰণৰ বাবে বিনামূলীয়া হেল্পলাইন নং ১০৯৮ ত ফোন কৰিবলৈ বক্তাসকলে ৰাইজক আহ্বান জনায়। অনুষ্ঠানত শিশু শ্ৰমিক নিয়োগ নকৰা আৰু শিশু শ্ৰম নিৰ্মূলৰ লক্ষ্যৰে উপস্থিত সকলোৱে সমূহীয়াকৈ এক শপত বাক্যও পাঠ কৰে।

আজিৰ অনুষ্ঠানত জিলাৰ  অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰা, সহকাৰী শ্ৰম পৰিদৰ্শক অমূল্য তালুকদাৰকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে বিশ্বৰ পৰা শিশু শ্ৰম নিৰ্মূল কৰা আৰু এই দিশত সজাগতা সৃষ্টিৰ লগতে কাম-কাজৰ সক্ৰিয়তা বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ অধীনস্থ আন্তৰ্জাতিক শ্ৰম সংস্থাৰ উদ্যোগত ২০০২ চনৰে পৰা প্ৰতিবছৰৰ ১২ জুন তাৰিখে বিশ্বজুৰি এই দিৱস উদযাপিত হৈ আহিছে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd