• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলং-শিলচৰ সংযোগী ঘাইপথ মেৰামতিৰ দাবীত দল সংগঠনৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2019 5:05 pm
WhatsApp Image 2019-06-13 at 4.45.44 PM

জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান বিভিন্ন দল-সংগঠনৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিঙ্গা-হাৰাঙ্গাজাও পঁচিশ কিলোমিটাৰ আৰু হাৰাঙ্গাজাও-বালাচড়া ৩১ কিলোমিটাৰ ইষ্ট-ৱয়েষ্ট কৰিদ’ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ডিমাহাচাও জিলা প্রশাসনক দহ দিনৰ সময়সীমা বান্ধি দিলে হাৰাঙ্গাজাওৰ একাধিক দল-সংগঠনৰ প্রতিনিধি সকলে।

সোমবাৰে হাৰাঙ্গাজাও আৰক্ষী থানাৰ অধীক্ষকৰ যোগেদি প্ৰতিনিধিসকলে ডিমা হাচাও জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্রখনত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিঙ্গাৰ বালচাড়াৰ ৫৬ কিলোমিটাৰ পথৰ অৱস্থা অতিশয় শোচনীয় বুলি উল্লখ কৰা হয়।

Apply Now

অবশ্যে, হাৰাঙ্গাজাওৰ কাষৰে ব্ৰডগজ ৰে’ল চলাচল কৰিছে যদিও ৰাইজ উপকৃত হোৱা নাই । কিয়নো স্থানীয় পেচেঞ্জাৰক বাদ দি নিউ হাৰাঙ্গাজাও ষ্টেচনত বেলেগ কোনো ৰে’লৰ বাবে ষ্ট’পেজ দিয়া হোৱা নাই।

আনহাতে, ঘাইপথৰ অচলাৱস্থাৰ বাবে অন্তঃসত্ত্বা মহিলাই পথৰ মাজতে সন্তান প্ৰসৱ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জৰাজীৰ্ণ পথছোৱা মেৰামতিৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই।

স্মাৰকপত্ৰত সংগঠনসমূহৰ প্ৰতিনিধিসকলে অনাগত দিনত পথৰ মেৰামতি নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লখ কৰে।

হাৰাঙ্গাজাওৰ এগৰাকী জেষ্ঠ নাগৰিকৰ অভিযোগ অনুসৰি দশকৰ উপৰিও অঞ্চলটোৰ ৰাইজে পথৰ সমস্যাত ভূগি আহিছে। ২০১১ চনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছত স্থানীয় ৰাইজৰ মনত আশাৰ সঞ্চাৰ হৈছিল যদিও ঘাইপথ প্ৰাধিকৰণৰ কাম-কাজত সকলো হতাশ হৈ পৰিছে।

২০১১ চনত এটা নিৰ্মাণ প্ৰতিষ্ঠানে পথছোৱাৰ নিৰ্মানৰ দায়িত্ব লোৱাৰ পাছৰ পৰা তেওঁলোকে কাম আগবঢ়াব নোৱাৰা বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰতিষ্ঠানটোৰ মাজত আইনী যুঁজ আৰম্ভ হয়। দুয়োপক্ষৰ মাজৰ খোৱা-কামোৰাৰৰ বাবে অঞ্চলটোৰ ৰাইজে জৰাজীৰ্ণ পথৰে যাতায়ত কৰিবলগা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd