• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী আদৰ্শ আচৰণবিধি সন্দৰ্ভত বৈঠক নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 8:20 pm
nagaland ceo

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত চিনহাই আজি ৰাজ্যখনৰ মন্ত্ৰী, সংসদীয় সচিব, উপদেষ্টা আৰু অন্যান্য ৰাজনৈতিক নেতাসকলক দিয়া বাহনসমূহ তৎকালে বাতিল কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়ে। ১৮ জানুৱাৰিৰ পৰা বলবৎ হোৱা নিৰ্বাচনী আচৰণ বিধিৰ অধীনত এই নিৰ্দেশ দিয়া হৈছে।

এই সন্দৰ্ভত তেওঁ ক’হিমাৰ সচিবালয় সভাঘৰত বিভিন্ন বিভাগৰ মুৰব্বী আৰু অতিৰিক্ত মুৰব্বীসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

Apply Now

বৈঠকখনত তেওঁ স্পষ্ট কৰি দিয়ে যে পৰিৱহণ বিভাগে যোগান ধৰা বিভাগী্য় বাহনসমূহ কেৱল বিভাগীয় কামৰ বাবেহে মন্ত্ৰী, সংসদীয় সচিব, উপদেষ্টা আদিয়ে ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ নিৰ্বাচনী কাম-কাজৰ বাবে এই বাহনসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে কোনো ব্যক্তিয়ে এনে বাহন ঘূৰাই নিদিলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে বিষয়টো আয়োগৰ দৃষ্টিগোচৰ কৰিব লাগিব।

বৈঠকখনত তেওঁ চৰকাৰী চাকৰিয়ালসকলৰ আদৰ্শ আচৰণবিধি সম্পৰ্কেও বিস্তৃত বক্তব্য ৰাখে।

আনহাতে নিৰ্বাচনত কৰ্তব্যৰত সকলো কৰ্মী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোকসকলে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সকলো ৰাজহুৱা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতে ধনহীন চিকিৎসা পাব বুলি বিভাগটোৱে এক জাননী জাৰি কৰিছে।

আজি জাৰি কৰা এই নিৰ্দেশটোৰ জৰিয়তে বিভাগটোৱে ৰাজহুৱা স্বাস্থ্য সেৱাত কৰ্মৰত সকলো কৰ্মচাৰীকে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোকসকলে ৰাজ্যখনৰ নিৰ্বাচনী কৰ্তব্যত যোগদান কৰাৰ পৰা কৰ্তব্যৰপৰা আজৰি হোৱালৈকে এই সুবিধা পাব।

এইক্ষেত্ৰত সুচিকিৎসা নিশ্চিত কৰাৰ লগতে যিকোনো ধৰণৰ জৰুৰী চিকিৎসাৰ বাবেও প্ৰস্তুত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

জাননীখনত লগতে সকীয়াই দিয়া হৈছে যে কৰ্তব্যত গাফিলতি কৰাৰ বাবে উদয় হোৱা যিকোনো পৰিস্থিতিৰ বাবে সংশ্লিষ্ট কৰ্মচাৰীজন জগৰীয়া হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd