• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসুচী লৈ আজি মাজুলীলৈ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱাল : উপস্থিত থাকিব শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 16, 2019 6:52 am
Assam govt departments ignore RTI applications, complaints activist

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

কৃ্তী ছাত্র ছাত্রীক অভিনন্দন, সতী ৰাধিকা বঁটা প্রদান কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে দেওবাৰে মাজুলীত উপস্থিত হ’বহি ৰাজ্যৰ মুখ্য মন্ত্রী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল।

দেওবাৰে বিশেষ হেলিকপ্তাৰেৰে মাজুলীত দুপৰিীয়া ১২ বজাত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা অনুসুচীত জাতি সমাৰোহ তথা সতী শান্তি ৰাধিকা দিবস উদযাপনৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশ ল’ব।

ইয়াৰ পিছতে মাজুলী ক্রীড়াক্ষেত্র কমলাবাৰীত কৃ্তী ছাত্র-ছাত্রী সকলক সম্বৰ্দ্ধনা জনোৱা এটি অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীগৰাকীয়ে সন্ধিয়া উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বিভিন্ন বিভাগৰ জড়িয়তে মাজুলীত চলি থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল’ব।

আনহাতে, নিশাটো মাজুলীতে কটাই মুখ্য মন্ত্রী গৰাকীয়ে ১৭ জুনৰ পুৱা মাজুলীৰ পৰা ৰাওনা হ’ব বুলি জানিব পৰা গৈছে।

ইপিনে, ছাত্র-ছাত্রী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যইয়ো আজি দিনৰ ১২ বজাত কমলাবাৰী পাৰ ঘাটেৰে মাজুলীত উপস্থিত হ’ব।

শিক্ষা মন্ত্রীগৰাকীয়ে প্রথমেই শিক্ষা বিভাগৰ বিভিন্ন বিষয়া বৰ্গৰে এখনি পৰ্যালোচনা সভাত অংশ লৈ সম্বৰ্দ্ধনা অনুষ্ঠানত ভাগ ল’ব আৰু বিয়লি মাজুলীৰ পৰা ৰাওনা হ’ব।

Recent News

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd