• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটন বিশ্ববিদ্যালয়ত চাকৰি : ১০৯ টা পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2019 7:22 pm
Cotton Vacancy

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন বিশ্ববিদ্যালয় ১০৯ টা শিক্ষক পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। প্ৰকাশিত বিজ্ঞাপন নম্বৰ ৰিক্ৰুইতমেণ্ট/চি য়ু/২০১৯/০৪ অনুসৰি নিয়মীয়া পদসমূহ পুৰণ কৰা হ’ব।

তলত উল্লেখ কৰা পদ সমূহত আবেদন আহ্বান কৰা হৈছে-

Apply Now

১) অধ্যাপক

পদৰ সংখ্যা-২১ টা

২) সহযোগী অধ্যাপক

পদৰ সংখ্যা-২০ টা

৩) সহকাৰী অধ্যাপক

পদৰ সংখ্যা-৬৮ টা

বিভিন্ন পদৰ বাবে দৰমহাৰ নিৰিখ সমূহ হ’ল-

১) অধ্যাপক (একাডেমিক লেভেল-১৪): ১,৪৪,২০০ টকাৰ পৰা ২,১৮,২০০ টকা

২) সহযোগী অধ্যাপক (একাডেমিক লেভেল-১৩ এ) ১,৩১,৪০০ টকাৰ পৰা ২,১৭,১০০ টকা

৩) সহকাৰী অধ্যাপক (একাডেমিক লেভেল-১০) ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০ টকা।

শিক্ষাগত অৰ্হতা:

ক) য়ু জি চিয়ে নিৰ্ধাৰণ কৰি দিয়া ২০১৮ আৰ্হি অনুসৰি যোগ্যতা থকা প্ৰাৰ্থীসকলক বাচনি কৰা হ’ব। য়ু জি চিয়ে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা নথকা প্ৰাৰ্থীক সাক্ষাতকাৰৰ বাবে আমন্ত্ৰণ কৰা নহ’ব।

খ) য়ু জি চি ৰেগুলেশ্যনত উল্লেখ থকা অনুসৰি প্ৰাৰ্থীসকলে নেট/শ্লেট/চেট উত্তীৰ্ণ হ’ব লাগিব।

আবেদন মূল্য:

ক) অসংৰক্ষিত/ও বি চি/ এম ও বি চিৰ বাবে ২০০০ টকা

খ) এচ চি/ এচ টি(পি)/ এচ টি (এইচ)/ পি ডব্লিউ ডি/ ই ডব্লিউ এছৰ বাবে ১০০০ টকা

গ) ১০০ য়ু এচ ডলাৰ ভাৰতৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে।

প্ৰাৰ্থীসকলে কটন বিশ্ববিদ্যালয়ৰ ৱেব চাইটত গৈ আবেদন কৰিব পাৰিব। ৱেব চাইটটো হ’ল [email protected]

আনহাতে, প্ৰ-পত্ৰ পুৰণ কৰা সকলে হাৰ্ড কপি The Registrar, Cotton University, Panbazar, Guwahati-781 001, India ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব। এটাতকৈ বেছি পদত আবেদন কৰিব বিচৰা প্ৰাৰ্থীয়ে বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগকৈ আবেদন কৰিব লাগিব।

উল্লেখযোগ্য তাৰিখ:

চফ‌্ট কপি পঠোৱাৰ অন্তিম তাৰিখ ২০ জুলাই, ২০১৯

হাৰ্ড কপি পঠোৱাৰ অন্তিম তাৰিখ ২৯ জুলাই, ২০১৯ আৰু ৫ আগষ্ট ,২০১৯ (ভাৰতৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবে)

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd