• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ পৃথিৱীত বিনামূলীয়া হ’ব ইণ্টাৰনেট সেৱা!, ডাটাৰ বাবে খৰছ কৰিব নালাগিব ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2019 4:59 pm
maxresdefault-20

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি এলোন মাস্ক আৰু তেওঁৰ পৃথিৱীৰ কৰ্মপদ্ধতিক সলনি কৰি দিব পৰা চিন্তাধাৰাৰ সময়ে সময়ে সাক্ষী হৈ আহিছো। এলোন মাস্ক এগৰাকী স্বাৱলম্বী ব্যক্তি যিয়ে বহু প্ৰয়োজনীয় প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ বিখ্যাত কোম্পানী যেনে পায়পাল, টেছলা, স্পেচ এক্স আদি যিয়ে মানুহক সদায় আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে।

Apply Now

কিছুদিন পূৰ্বে আলোন মাস্কে এটা আচৰিত ঘোষণা কৰিলে যাৰদ্বাৰ সমগ্ৰ বিশ্বৰ মনোযোগ তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ঘোষণাটো হ’ল তেওঁ সমগ্ৰ বিশ্বতে বিনামূলীয়াকৈ ৱাই-ফাই যোগান ধৰিব।

তলত কিছু বিস্তৃত ধৰণত মাস্কৰ বিনামূলীয়া ৱাই-ফাইৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰা হ’ল-

২০১৬ চনৰ পৰা বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰৱৰ্তন কৰাৰ ধাৰণাটোৱে জন্ম লাভ কৰি গতি কৰি আছে।যদিও ২০১৬ চনতে বিনামূলীয়া ৱাই-ফাইৰ ধাৰণা ২০১৬ চনতে জন্ম লাভ কৰিছিল ইয়াৰ প্ৰয়োগৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব।

উল্লেখযোগ্য যে, এই সেৱাৰ বাবে ইতিমধ্যে দুটাকৈ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। দুয়োটা উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে টেলিকমিউনিকেশ্যন ক্ষেত্ৰখনত সাফল্য লাভৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, মাস্কে পৃথিৱীৰ কক্ষপথলৈ ৪০০০ টা উপগ্ৰহ উক্ষেপনৰ বিষয়ে চিন্তা চৰ্চা কৰিছে যাৰ দ্বাৰা তেওঁ সমগ্ৰ বিশ্বত বিনামূলীয়া ইণ্টাৰনেট যোগানৰ স্বপ্নক বাস্তৱত ৰূপ দিব পাৰিব। এই সমগ্ৰ পৰিক্ৰমাত ব্যয় হ’ব প্ৰায় ১০ বিলিয়ন আমেৰিকান ডলাৰ।

গুগলেও এই ক্ষেত্ৰত মাস্কক সহায়ৰ হাত আগবঢ়াব ইতিমধ্যে তেওঁলোকে স্পেচ এক্স প্ৰকল্পৰ কামত যুতীয়াভাবে সংযুক্ত হৈ আছে। ইতিমধ্যে মহাকাশলৈ উপগ্ৰহ পঠোৱাৰ সমগ্ৰ প্ৰকল্প বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ পৰা সেউজ সংকেত লাভ কৰিলেই এইক্ষেত্ৰত আগবাঢ়িব পৰা যাব।

মহাকাশলৈ ইমান সংখ্যক উপগ্ৰহ প্ৰেৰণ কৰাকলৈ তেওঁক বহুতে সমালোচনাও কৰিছে যদিও মাস্ক নিজৰ সিদ্ধান্ত সদায় দৃঢ় প্ৰতিজ্ঞ এই কথা তেওঁ বহুকেইটা সাক্ষাৎকাৰত ঘোষণা কৰিছে। সকলোৱে বৰ্তমান বিনামূলীয়া ৱাই-ফাই সেৱা মুকলি হ’ব বুলি আশাৰে বাট চাই ৰৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd