• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ ৰঙা চকুলৈ কেৰেপ নকৰি ‘দিচপুৰ চলো’ কাৰ্যসূচী লৈ ৰাজপথত শিক্ষক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2019 11:28 am
tet teachers

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত প্ৰতিবাদকাৰী টে'ট শিক্ষক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ভাবুকিলৈ কেৰেপ নকৰি টে’ট উত্তীৰ্ণ শিক্ষকসকলে শনিবাৰে পুৱাই তেওঁলোকৰ ‘দিচপুৰ চলো’ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ওলাই আহে। শিক্ষকসকলে তেওঁলোকৰ চুক্তিবদ্ধ চাকৰি নিয়মীয়াকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ৰাজপথলৈ ওলাই আহিছে।

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ প্ৰতিবাদকাৰী শিক্ষকসকল সমবেত হৈছে আৰু তাৰপৰাই তেওঁলোকে দিচপুৰলৈ প্ৰতিবাদী সমদল কৰি যাত্ৰা কৰিব। ইতিমধ্যে, প্ৰতিবাদকাৰী শিক্ষকসকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আনকি হাতত কেঁচুৱা লৈয়ো প্ৰতিবাদলৈ আহিছে টে’ট শিক্ষয়িত্ৰী।

Apply Now
অৱশ্যে, খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেল পথাৰত আবদ্ধ কৰি ৰখা হৈছে হাজাৰ হাজাৰ টে’ট শিক্ষকক। খেলপথাৰৰ মুখ্য দ্বাৰ বন্ধ কৰি প্ৰতিবাদকাৰী সকলক বাধা আৰোপ কৰে প্ৰশাসনে।
প্ৰশাসনৰ এনে কাৰ্যক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে গৰিহণা দিয়ে আৰু ইয়াক চৰকাৰৰ কণ্ঠৰোধৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। ৰাজ্যৰ সমূহ জিলাৰ পৰা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সদস্যৰে ভৰি পৰিছে খানাপাৰা খেলপথাৰ। ইয়াৰ  বিপৰীতে প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।
বিগত ৭ বছৰে ঠিকা ভিত্তিকভাৱে চাকৰি কৰি অহা টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ বিনাচৰ্ত্তে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণ কৰাটোৱেই শিক্ষক সমাজৰ মূল দাবী বুলি প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে। এই বিষয়ত মুখ্য মন্ত্ৰীৰ হস্তক্ষেপো দাবী কৰে টেট উত্তীৰ্ণ শিক্ষক সমাজে।
নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অন্তৰ্ভুক্ত হ’লে ঠিকাভিত্তিকভাৱে নিযুক্তি লাভ কৰা শিক্ষক সকলৰ চাকৰিৰ নিৰাপত্তা নাইকীয়া হ’ব। সেয়েহে চাকৰিৰ নিয়মীয়াকৰণৰ দাবী তোলে শিক্ষকসকলে।

উল্লেখযোগ্য যে, বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে বিভিন্ন সময়ত আন্দোলন কৰি অহা টে’ট শিক্ষকসকলে বৃ্হস্পতিবাৰে পুনৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সৈতে আলোচনাত মিলিত হৈছিল।

আলোচনাৰ অন্তত শিক্ষা মন্ত্ৰীয়ে এই আলোচনাক সৌহাৰ্দ্যমূলক আখ্যা দিয়াৰ বিপৰীতে মূল দাবী ‘বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ’ বিষয়ৰ পৰা শিক্ষা মন্ত্ৰী আঁতৰি থকাত একাংশ টে’ট শিক্ষকে ইয়াক বিফল বুলি আখ্যা দিয়ে।

এক সূত্ৰই জানিবলৈ দিয়া মতে আজিৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰে অনুসূচিত জাতি-জনজাতি টে’ট শিক্ষক সন্থা আৰু ষ্টে’ট পুল টে’ট শিক্ষকে। অৱশ্যে ১১ হাজাৰ ষ্টেট পুল টে’ট শিক্ষকৰ ৬,৫০০ গৰাকী টে’ট শিক্ষক প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ লগতে থকা বুলি দাবী কৰিছে সূত্ৰটোৱে।

অৱশ্যে, বিভাজন হ’ল যদিও ষ্টেট পুল টে’ট শিক্ষকৰ ধুবুৰী জিলা সমিতি, বিশ্বনাথ জিলা কমিটিকে ধৰি অন্য কেইবাখনো জিলা সমিতিয়ে শনিবাৰৰ প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে অহা  বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd