• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মই কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ জেউতি সদায় চাব বিচাৰো :  নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা অনুষ্ঠানত হোমেন বৰগোহাঞি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2019 9:39 pm
Nalbari college foundation Day

নবাৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত হোমেন বৰগোহাঞি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নলবাৰী জিলাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰী মহাবিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মহাবিদ্যালয়খনৰ চৌহদত উদযাপন কৰা হয়।

স্বাধীনতাৰ পূৰ্বে ১৯৪৫ চনত স্থাপন হোৱা মহাবিদ্যালয়খনে চলিত বৰ্ষত মহাৰজত জয়ন্তী বৰ্ষত ভৰি থৈছে। মহাৰজত জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত ৰাতিপুৱা মহাবিদ্যালয়খনৰ শিক্ষক, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী ,প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সমূহীয়া দৌৰত অংশ লয়।

Apply Now

সমূহীয়া দৌৰৰ অন্তত মহাবিদ্যালয় চৌহদত ক্ৰমে মহাবিদ্যালয়ৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

দিনৰ ভাগত ‘মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা’ অনুষ্ঠানত আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক তথা নিয়মীয়া বাৰ্তা বাতৰি কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে।

ভাষণ প্ৰসংগত বৰগোহাঞিয়ে মহাবিদ্যালয়খনৰ অতীত ৰোমন্ঠন কৰাৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকল সমাজৰ প্ৰতি যোগাত্মক অৰিহনা যোগাবৰ বাবে আহ্বান জনায়।

‘মই কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মুখৰ উজ্বলতা সদায় চাব বিচাৰো, তেওঁলোকৰ দিনবোৰ যাতে কেতিয়াও অন্ধকাৰ নহয়’-বৰগোহাঞিয়ে নিজৰ ভাষণ প্ৰসংগত এনেদৰে উল্লেখ কৰে।

বক্তৃতা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী।

নলবাৰী মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যক্ষ ড০ দীপক গোস্বামীয়ে বক্তৃতা অনুষ্ঠানত সভাপতিত্ব কৰে।

আবেলি মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সতীৰ্থ সন্মিলনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ লগত জড়িত হৈ থকা অতীত সোৱৰণ কৰি আৱেগিক হৈ পৰে।

সন্ধিয়া মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd