• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 15, 2019 8:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্রবল বানপানীত ককবকাইছে অসমৰ ৰাইজ। বানৰ কবলত পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়াল। ঘৰ-বাৰী, খেতি বাতি, পশুধন হেৰুৱাই এতিয়া সৰ্বস্বান্ত হৈছে অসমৰ জনতা। কিন্তু বানাক্ৰান্তক সহায় কৰিবলৈ টকা নাই অসম চৰকাৰৰ পুঁজিত। লগতে বানাক্ৰান্ত ৰাইজলৈ নাই কেন্দ্ৰীয় চৰকাৰৰ সাহায্যও। এই কথা প্ৰমাণিত হৈছে অসম চৰকাৰৰ দ্বাৰা পৰিচালিত এটা ৱেবচাইটত।

বিজেপি চৰকাৰে আৰম্ভ কৰা assam.mygov.in  নামৰ ৱেবচাইটটোৰ জৰিয়তে ৰাজ্যৰ বানাক্ৰান্ত ৰাইজলৈ সহায় বিচাৰিছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে।

Apply Now

ৱেবচাইটটোৰ হোম পেজৰ ওপৰৰ ৱালপেপাৰত এইদৰে সাহায্য বিচাৰি লিখা হৈছে ‘আপোনাৰ অলপ অৱদানে বিৰিঙাব পাৰে হাজাৰগৰাকী দুৰ্গতৰ মুখত হাঁহি’। এইদৰে বন্যাৰ্তলৈ সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজলৈ আহ্বান জনাই ৱেবচাইটটোত দিয়া হৈছে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিৰ একাউন্ট নম্বৰ। ইয়াৰ উপৰিও ষ্টেট বেংক অৱ ইণ্ডিয়াৰ জৰিয়তে অনলাইনযোগে সাহায্য আগবঢ়াবলৈ এটা লিংকো দিয়া হৈছে ৱেবচাইটটোত।

অসম চৰকাৰে এইদৰে ৰাইজৰ পৰা বান সাহায্য বিচৰা কাৰ্য্যক লৈ ছ’চিয়েল মিডিয়াত সৰৱ চৰ্চা চলিছে।

প্ৰশ্ন হৈছে, নমামি-ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন উৎসৱ-পাৰ্বনৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ পাছত এতিয়া ৰাজকোষ উদং নেকি? এতিয়া ৰাইজক নিৰাপত্তা দিবলৈ অপাৰগ নেকি সৰ্বানন্দ সোণোৱাল চৰকাৰ?

জনসাধাৰণৰ পৰা বানাক্ৰান্তৰ বাবে বৰঙণি বিচৰা চৰকাৰৰ এই কাৰ্য্যক ধিক্কাৰ দিছে বিৰোধী কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে নৰ্থ-ইষ্ট নাওক কয়, “এই বিষয়টো অতি দুৰ্ভাগ্যজনক আৰু হাস্যকৰ। এফালে তেওঁলোকে উৎসৱ-পাৰ্বনৰ নামত শ শ কোটি টকা খৰচ কৰে। তেওঁলোকে এডভাণ্টেজ আচাম পাতে, নমামি ব্ৰহ্মপুত্ৰ পাতে, কিন্তু বানপানীৰ সময়ত বানপীড়িতক সহায়ৰ বাবে ৰাইজৰ ওচৰত হাত পাতে।”

কোঁৱৰে লগতে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কেন্দ্ৰৰ পৰা পুঁজি আহৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলিও মন্তব্য কৰে। লগতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “৩০ বাৰ অসমলৈ অহা” বুলি  কোৱা কথাষাৰৰ উদ্ধৃতিৰে তেওঁ কয় যে মোদীৰ ৩০ বাৰৰ অসম ভ্ৰমণৰ গৰিষ্ঠ সংখ্যকেই নিৰ্বাচনসংক্ৰান্তীয় আছিল।

ইপিনে,  লোকসভা নিৰ্বাচনৰ আগত অসমলৈ তাঁতবাটি কঢ়া প্ৰধান মন্ত্ৰীকে ধৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ দুৰ্গতলৈ এইপৰ্য্যন্তও নাই কোনো সঁহাৰি। চলিত বৰ্ষৰ দুৰ্য্যোগ সাহায্য পুঁজিও মোকলাই দিয়া নাই কেন্দ্ৰই।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd