• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত চিত্ৰশিল্পী অৰুণ চন্দ্ৰ নাথৰ ডিজিটেল শিল্প প্ৰদৰ্শনী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 20, 2019 1:24 am
Arun Chandra Nath's art exhibition held at Gauhati press club

চিত্ৰ প্ৰদৰ্শনৰত অৱস্থাত শুকুৰবাৰে অৰুণ চন্দ্ৰ নাথ। ছবি- নৰ্থ ইষ্ট নাও।

367
VIEWS
Share on FacebookShare on Twitter

বহু বছৰ ধৰি নীৰৱে শিল্প সাধনাৰ লগত জড়িত থকা অৰুণ চন্দ্ৰ নাথৰ এখন ডিজিটেল শিল্পকৰ্মৰ প্ৰদর্শনী গুৱাহাটী প্ৰেছ ক্লাবত শুক্ৰবাৰে অনুষ্ঠিত হয়।

চিত্ৰশিল্পীৰূপে প্ৰতিষ্ঠিত নাথে ক্লাবৰ সাংবাদিকসকলৰ সন্মুখত বেটুপাত, প্ৰতিকৃতি, কাৰ্টুন, বাখ্যাচিত্ৰ আৰু আন চিত্ৰকৰ্ম প্ৰদৰ্শন কৰে।

অসমৰ প্ৰতিষ্ঠিত লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মহাৰথী, য়েছে দৰজে ঠংছিৰ মৌন ওঁঠ, মুখৰ হৃদয়, সদ্যপ্ৰয়াত পূৰৱী বৰমুদৈৰ শান্তনুকুলনন্দন, ৰূপোৱলী নদীৰ সোণোৱালী ঘাট, হোমেন বৰগোহাঞিৰ বিষণ্ণতা আদি গ্ৰন্থত বেটুপাত নাথে অংকন কৰিছিল।

প্ৰদৰ্শনীত সেই শিল্পকৰ্মসমূহ নাথে প্ৰদর্শন কৰে।

অসমৰ বিভিন্ন বিখ্যাত ব্যক্তিত্ব ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, প্ৰণৱ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, নলিনীবালা দেৱী, শীলভদ্ৰ, কেশৱ মহন্ত, শৰৎ চন্দ্ৰ সিংহ, মহিম বৰা, ৰংবং তেৰাং, হীৰেন গোহাঁই, মামণি ৰয়ছম গোস্বামী, লক্ষ্যধৰ চৌধুৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী, ভবেন্দ্ৰ নাথ শইকীয়া, সত্যেন্দ্ৰনাথ শৰ্মা, জুবিন গাৰ্গ আদিৰ প্ৰতিকৃতিয়েও শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাইছে।

তেওঁ কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰি উলিওৱা সত্ৰীয়া-সংস্কৃতি সম্পৰ্কীয়  সাঁচিপতীয়া পুথিৰ সচিত্ৰ ৰূপ, অলংকৰণ আৰু প্ৰচ্ছদো অংকণ কৰিছে।

সেইসমূহৰ ভিতৰত আছে- সচিত্ৰ কীৰ্তন ঘোষা, সচিত্ৰ ভক্তি ৰত্নাৱলী, সচিত্ৰ চিত্ৰ ভাগৱত, সচিত্ৰ মদ্ভাগৱত (অষ্টম স্কন্ধ), সচিত্ৰ মদ্ভাগৱত (একাদশ স্কন্ধ), বনমালী দেৱ  চৰিত আদি।

ভূপেন হাজৰিকাৰ ভালেকেইখন গ্ৰন্থ যেনে- গীতাৱলী, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, মই এক যাযাবৰ, দিহিঙে দিপাঙে, কৃষ্টিৰ পথাৰে পথাৰে আদিৰো বেটুপাত অংকণ কৰিছে তেওঁ।

লগতে ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱনৰ ৰঙীন আলোকচিত্ৰৰে সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰো শীৰ্ষক এলবামৰো তেওঁ বেটুপাত আৰু অলংকৰণ কৰিছে।

নগাঁৱৰ বৰদোৱাৰ সমীপৰ ভোমোৰাগুৰি গাঁৱত জন্মগ্ৰহণ কৰা নাথে শিল্প জীৱনৰ আৰম্ভণি কৰে কল্লোল গোষ্ঠীৰ জৰিয়তে।

পিছলৈ নাথে নতুন দৈনিক কাকতত চিত্ৰশিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰে।

সম্প্ৰতি তেওঁ জনপ্ৰিয় আলোচনী বিস্ময়ত নিয়মীয়া চিত্ৰশিল্পীৰূপে জড়িত। শিল্প সাধনাৰ লগতে নাথৰ  অন্যতম দুৰ্বলতা হল সংগীত বিশেষকৈ মাউথ অৰ্গেন।

Recent News

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

অৰুণাচলৰ প্ৰতিৰক্ষা প্ৰকল্পৰ ক্ষতিপূৰণ বৃদ্ধিৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd