• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ বান পৰিস্থিতি পৰ্যালোচনা হিমন্ত বিশ্ব শৰ্মাৰ; ক’লে মুঠ ৩০ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 9:40 pm
Himanta-1-1-750x375

হিমন্ত বিশ্ব শৰ্মাৰ বান পৰ্যালোচনা বৈঠক

586
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। পৰ্যালোচনা কালত শৰ্মাই বানপানীৰ সময়ত অসমৰ মুঠ ৩০ টা মথাউৰি ভঙা বুলি উল্লেখ কৰে।

অসমৰ ৩৩ খন জিলাৰ ভিতৰত ৩০ খন জিলাক চলিত বানপানীয়ে আক্ৰান্ত কৰিছে।

দুৰ্যোগ প্ৰশমন বিভাগ অসমে মুকলি কৰা সেহতীয়া বানপানীৰ তথ্য অনুসৰি বৰ্তমানেও ২০ খন জিলা বানপানীৰ তলত আছে।

তথ্যত উল্লেখ কৰা অনুসৰি বানপানীয়ে ২,৯৩৩ খন গাঁৱৰ প্ৰায় ৩৪.৮২ লাখতকৈও অধিক লোকক আক্ৰান্ত কৰিছে।

লাখতকৈ অধিক লোক বানপানীৰ ফলত গৃহহাৰ হৈছে আৰু বৰ্তমানেও বহু লোক আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে।

শৰ্মাই এই বৰ্ষৰ পৰা ভঙা মথাউৰি সমূহ পুনৰ নিৰ্মাণ কৰা নহয় বুলি বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তাৰ বিপৰীতে তেওঁ সম্পূৰ্ণ মথাউৰিটো নতুনকৈ নিৰ্মাণ কৰাৰ বিষয়ে মত প্ৰকাশ কৰে যাতে পুনৰ মথাউৰিটো নিছিঙে।

তেওঁ বৰ্তমানলৈ বান আক্ৰান্ত নখন জিলা পৰিদৰ্শন কৰা বুলি কোৱাৰ লগতে আগন্তুক দিনত আৰু দহখন বান আক্ৰান্ত জিলা পৰিদৰ্শন কৰিব বুলি মত ব্যক্ত কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে বানপানীৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য বিভাগে যথেষ্ট ক্ষতিৰ সন্মুখিন হ’বলগীয়া হৈছে বুলি উল্লেখ কৰি এই ক্ষতিৰ পৰিমান প্ৰায় ৩৫০ কোটিৰো অধিক হ’ব বুলি কয়।

বানপানীত আক্ৰান্ত হোৱা জনসাধাৰণৰ সহায়ৰ বাবে বিভিন্ন বিভাগে সহযোগিতাৰে ১০০০ কোটি টকা সংগ্ৰহ কৰে।

উল্লেখযোগ্য যে, অসমত ১৯৫০ চনৰ পাছৰে পৰা নিৰ্মাণ কৰা মুঠ ৫০০০ কিলোমিটাৰ মথাউৰি আছে আৰু ইয়াৰ বেছিভাগ মথাউৰিৰে সময়মতে পুনৰ নিৰ্মাণ নকৰাৰ বাবে জীৱন কাল শেষ হৈছে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd