• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষতিগ্ৰস্ত ৰে’লপথৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে বাতিল কৰিলে দহখন যাত্ৰীবাহী ৰে’লৰ চলাচল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 10:09 pm
122333-750x375

ভগ্ন ৰে'লপথৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবল বৰষুণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰদুৱাৰ ডিভিজনৰ অন্তৰ্গত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৱে দহখন যাত্ৰীবাহী ৰে’লৰ সেৱা বাতিল কৰে।

উল্লেখযোগ্য যে, বৰষুণৰ ফলত ৰে’লপথ ক্ষতিগ্ৰস্ত হোৱা বাবে বহুকেইখন যাত্ৰীবাহী ৰে’ল নিউ-বঙাইগাঁও, ৰঙিয়া আদি ৰে’ল ষ্টেশ্যন আৰু জংচনত দীৰ্ঘসময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে।

Apply Now

বহুকেইখন ৰে’লৰ যাত্ৰাপথৰো সালসলনি কৰা হৈছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱে চলাচল বাতিল কৰা ৰে’লসমূহ হ’ল-

১. ধুবুৰীৰ পৰা ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৮১১ নম্বৰ ধুবুৰী-কামাখ্যা ফাষ্ট পেচেঞ্জাৰ।

২. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ০৭৫২৫ নম্বৰ শিলিগুৰি-নিউ বঙাগাঁও ডেমু স্পেচিয়েল।

৩. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ০৭৫২৬ নম্বৰ নিউ বঙাইগাঁও-শিলিগুৰি ডেমু স্পেচিয়েল।

৪. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৭১৩ নম্বৰ নিউ জলপাইগুৰি-ৰঙিয়া যাত্ৰীবাহী।

৫.২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ৫৫৭১৪ নম্বৰ ৰঙিয়া-নিউ জলপাইগুৰি যাত্ৰীবাহী।

৬. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ৫৫৭৫৩ নম্বৰ আলিপুৰদুৱাৰ-গুৱাহাটী চিফুং যাত্ৰীবাহী।

৭. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ১৫৭৬৯ নম্বৰ আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ।

৮. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ১৫৭৭০ নম্বৰ লামডিং-আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছ।

৯. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া উজনিমুৱা ১৫৭৭৭১ আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ।

১০. ২৫ জুলাইত যাত্ৰা কৰিবলগীয়া নামনিমুৱা ১৫৭৭৭২ নম্বৰ কামাখ্যা-আলিপুৰদুৱাৰ এণ্টাৰচিটি এক্সপ্ৰেছ।

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধকগৰাকীয়ে যাত্ৰীসকলে লাভ কৰা অসুবিধাৰ কাৰণে দুখ প্ৰকাশ কৰে।

আন এটা টুইটাৰত উত্তৰ-পূব সীমান্ত ৰে’লৱে এনেদৰে কয় ‘‘অসম আৰু পশ্চিমবংগৰ বঙাইগাঁও, জোৰাই আৰু কামাখ্যাগুৰি অঞ্চলত বিগত ২৪ ঘণ্টাত প্ৰবল বৰষুণ হৈছে’’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd