• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বানাক্ৰান্ত জনতালৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৫,০০,০০০ টকাৰ সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2019 9:08 pm
Gauhati University member

মুখ্য মন্ত্ৰীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দশকটোৰ ভিতৰত ভয়াবহ বানত ককবকাই খকা ৰাজ্যবাসীক সহায়ৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই আজি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ মৃদুল হাজৰিকাৰ নেতৃত্বত অহা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত মুখ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ২৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

Apply Now

উল্লেখযোগ্য যে, চলিত বৰ্ষত অসমত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বানপানীৰ ফলত অসমৰ ৩০ খন জিলাৰ প্ৰায় ৩৫ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও বহুকেইগৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

আনহাতে, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানাক্ৰান্ত জনতাক সহায় কৰাৰ বাবে জনসাধাৰণৰ পৰা মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি বিচাৰি আহ্বান জনাইছিল আৰু ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ব্যক্তিয়ে মুখ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি দি বান সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে।

বলীউদৰ অভিনেতা অক্ষয় কুমাৰ, অমিতাভ বচ্চনৰ উপৰিও অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা, পৰিচালক যতীন বৰা, ৰীমা দাস আদিয়ে মুখ্য মন্ত্ৰী বান সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে।

বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ উপৰিও বটদ্ৰৱা থান পৰিচালনা সমিতি, অসম সচিবালয়ৰ কৰ্মচাৰী সন্থা আদিয়ে অনুষ্ঠানে অসমৰ জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

শৌচালয়ৰ পৰা ওলাই আহিল প্ৰকাণ্ড অজগৰ : কামোৰ মাৰি ধৰিলে যুৱকৰ অন্তকোষত

June 16, 2026 9:01 pm
সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল ট্ৰাম্প আৰু মেলোনীৰ : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd