• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ লেনদেনত অনিয়ম : নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়াক নিলম্বন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 26, 2019 7:21 am
2017-03-27

নিউ গুৱাহাটী কোষাগাৰ বিষয়াৰ কাৰ্যালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়া  তবজুল হুছেইনক নিলম্বন কৰা হৈছে। দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ বিলৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড  অধিকাৰ নথকা ব্যক্তিৰ হাতত শ্বেয়াৰ কৰাৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক এছ জগন্নাথে বিষয়া গৰাকীক নিলম্বন কৰে।

উল্লখ্য যে, ২১ মে’ ২০১৯ তাৰিখে প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমে ২৫০ গৰাকী প্ৰতিবন্ধী ব্যক্তিক লৈ নৃপেন মালাকাৰৰ নেতৃত্বত প্ৰতিবাদ সাৱ্যস্ত কৰিছিল। প্ৰায় দুঘন্টা ধৰি কোষাগাৰ বিষয়াক আবদ্ধ কৰি পৰিৱেশ উত্তাল কৰি ৰাখিছিল।

Apply Now

১০ জানুৱাৰি ২০১৯ তাৰিখে মুখ্য মন্ত্ৰীয়ে উদ্বোধন কৰা দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ ধন যোৱা মাৰ্চ মাহৰ ১২ তাৰিখে বিল নং ৩৭৫, ৩৯৫ আৰু ৪১০ যোগে মুঠ ২৯ কোটি ৫৪লাখ ৬০ হাজাৰ টকা সমাজ কল্যাণ বিভাগে বামুণীমৈডামত অৱস্থিত নিউ গুৱাহাটী কোষাগাৰলৈ প্ৰেৰণ কৰিছিল কিন্তু  কোষাগাৰ বিষয়াৰ হেমাহিৰ বাবে বৰ্তমানলৈকে হিতাধীকাৰীয়ে ধন লাভ নকৰিলে।

037cab1e-bd12-48b3-944b-5fd14432c70d
নিলম্বন পত্ৰখন।

উক্ত ধন ৩১ মাৰ্চ তাৰিখে বেংকলৈ প্ৰেৰণ কৰিব লাগিছিল যদিও বিষয়াৰ হেমাহিৰ বাবেই সেই বিল পৰি ৰ’ল। ইয়াৰ ফলত ২৪,৬১৭ গৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে এতিয়াও অনিশ্চয়তাত ভূগি আছে।

এই সন্দৰ্ভত তদন্তৰ বাবে চান্দমাৰী থানাৰ আৰক্ষী বিষয়াৰ উপস্থিতিত প্ৰতিবাদ স্থলীৰ পৰাই  কোষাগাৰ বিষয়া তবজুল হুছেইনৰ বিৰুদ্ধে তদন্তৰ বাবে আবেদন দাখিল কৰিছিল প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।

আনহাতে, অতি ৰহস্যজনকভাৱে বুধবাৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক এছ জগন্নাথে  কোষাগাৰ বিষয়া তবজুল হুছেইনক আনুষ্ঠানিকভাৱে নিলম্বন পত্ৰ প্ৰেৰণ কৰে।

ইপিনে, ঘটনাটোৰ সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমৰ সম্পাদক নৃপেন মালাকাৰে সমগ্ৰ পদক্ষেপটোক আদৰণি জনায় লগতে নিলম্বনত পলম হোৱাৰ বাবে খেদ প্ৰকাশ কৰে। তদুপৰি, অতি সোনকালে দিব্যাংগ সকলে যেন ন্যায় পায় তাৰ বাবে চৰকাৰলৈ আহ্বান জনায়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd