• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভংগ হ’ল কংগ্ৰেছ-এআইয়ুডিএফ মিত্ৰজোঁট গঠিত হোজাই জিলা পৰিষদ

নিখিল মুন্দ্রা by নিখিল মুন্দ্রা
July 26, 2019 10:25 am
hojai-zila-parishad

হোজাই জিলা পৰিষদৰ বিদায়ী সভানেত্ৰী ৰেজিয়া ছুলতানা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ আৰু অল ইণ্ডিয়া য়ুনাইটেড ডেম’ক্ৰেটিক ফ্ৰন্ট (এআইয়ুডিএফ) মিত্ৰজোঁটে গঠন কৰা হোজাই জিলা পৰিষদখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ভংগ কৰা হয়।

যোৱা ৩ জুলাইত বিজেপিৰ ছয়গৰাকী সদস্যই কংগ্ৰেছ আৰু এআইয়ুডিএফৰ নেতৃত্বৰ জিলা পৰিষদখনৰ প্ৰথমগৰাকী সভানেত্ৰী ৰেজিয়া ছুলতানাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ কথা প্ৰকাশ কৰি এখন পত্ৰ অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাক দাখিল কৰিছিল।

Apply Now

বৃহস্পতিবাৰে হোজাই জিলাৰ উপায়ুক্ত তন্ময় প্ৰতীম বৰগোঁহাইৰ উপস্থিতিত শংকৰদেৱ নগৰৰ জিলা সদৰ কাৰ্যালয়ত অনাস্থা প্ৰস্তাৱৰ ওপৰত ভোটদান হোৱাৰ পাছত অৱশেষত মিত্ৰজোঁটে গঠন কৰা জিলা পৰিষদখন ভংগ কৰা হয়।

উল্লেখযোগ্য যে নিৰ্বাচনত জিলা পৰিষদৰ ১২ খন আসনৰ ভিতৰত বিজেপিয়ে পাঁচখন, কংগ্ৰেছে ছয়খন আৰু এআইয়ুডিএফে এখন আসনত জয়লাভ কৰিছিল।

কংগ্ৰেছে এআইয়ুডিএফৰ সহযোগত জিলা পৰিষদখন গঠন কৰিছিল।

ইয়াৰ মাজতে, কেইমাহমান পূৰ্বে কাকী জিলা পৰিষদৰ এগৰাকী কংগ্ৰেছ সদস্যই বিজেপিত যোগদান কৰাৰ পাছত বিজেপিৰ এখন আসন বৃদ্ধি পায়।

বৃহস্পতিবাৰে, কংগ্ৰেছৰ দুগৰাকী সদস্যই ইয়াৰ দলৰ বিৰুদ্ধে তথা বিজেপিৰ সপক্ষে ভোটদান কৰে।

এতিয়া এইদৰে বিজেপিৰ আগৰ ছয়গৰাকী আৰু কংগ্ৰেছৰ দুগৰাকী সদস্যৰ সৈতে আঠগৰাকী সদস্য হ’ল।

সংবাদ মাধ্যমৰ আগত ৰেজিয়া ছুলতানাই কয়,’ ডবকা আৰু নীলবাগান জিলা পৰিষদৰ আমাৰ সদস্য দুগৰাকীয়ে আমাক প্ৰতাৰণা কৰি বিজেপিৰ সপক্ষে ভোটদান কৰিছে।‘

আনহাতে,, হোজাই জিলা পৰিষদৰ পৰৱৰ্তী সভাপতি পদৰ বাবে বিজেপিয়ে এতিয়ালৈ আনুষ্ঠানিকভাৱে কোনো নাম ঘোষণা কৰা নাই।

নিখিল মুন্দ্রা

নিখিল মুন্দ্রা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd