• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বড়ো লেখক প্ৰদীপ ৰাজা ব্ৰহ্মৰ দেহাৱসান

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 30, 2019 8:47 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট বড়ো লেখক, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰদীপ ৰাজা ব্ৰহ্মৰ আজি দেহাৱসান ঘটে। আজি পুৱা কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ থকা ব্ৰহ্মৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ। তেওঁ পত্নী, তিনি গৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।

প্ৰদীপ ব্ৰহ্মই বেংগলীৰ পৰা মহাকবি কৃতিব্যাসৰ ‘কৃতিব্যাস ৰামায়ন’খন বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে ২০০৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অনুবাদ গ্ৰন্থখনৰ নাম আছিল ‘স্নী-বিফান ৰামায়ন’।

তেওঁৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুণমুগ্ধ বিভিন্ন ব্যক্তি তথা দল-সংগঠনৰ নেতাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰদীপ ৰাজা ব্ৰহ্মৰ নশ্বৰ দেহ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত থকা তেওঁৰ নিজা বাসভৱনত সৎকাৰ কৰা হয়।

Recent News

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

জুহি বনাম মাধুৰী! ৪৩০০ কোটি টকাৰ সম্পত্তিৰ পাৰ্থক্য; কাৰ হাতত আছে বেছি টকা?

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd