• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাইনীৰ নামত হত্যাৰ অভিযোগত গোৱালপাৰাত আঠজনক যাৱজ্জীৱন কাৰাদণ্ড

ছফিকুল আহমেদ by ছফিকুল আহমেদ
August 2, 2019 9:14 am
Court-martal-750x375-1140x570

প্ৰতিনিধিমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাইনীৰ নামত হত্যাৰ এক গোচৰত গোৱাৰপাৰাৰ জিলা তথা ন্যায়িক দণ্ডাধীশৰ আদালতে আঠজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।

ন্যায়াধীশ টি কে ভট্টাচাৰ্যই এই শাস্তিৰ নিৰ্দেশ দিয়ে।

Apply Now

তেওঁ এই আঠজন লোকক ধূপধৰা থানাৰ অন্তৰ্গত মেধিকোনাৰ ৭০ বছৰীয়া মুধেশ্বৰী ৰাভাক হত্যাত দোষী সাৱ্যস্ত কৰে।

অভিযুক্ত লোককেইজন হৈছে- যোগেশ ৰাভা, ছবে ৰাভা, নগেন ৰাভা, ছান্টা ৰাভা, কানুবালা ৰাভা, খগেন ৰাভা, হেন্দেলি ৰাভা আৰু ছুটু ৰাভা।

অভিযুক্তসকলৰ মাজৰ ছয়জন পুৰুষ আৰু দুজনী মহিলা।

ঘটনাৰ বলি মুধেশ্বৰী ৰাভাক অপৰাধী ব্যক্তিকেইজনে ২০১২ চনৰ ৩ মাৰ্চৰ পুৱতি নিশা ৩ মান বজাত আক্ৰমণ কৰি প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈ পাছত মৃত্যমুখত পৰিছিল।

ইয়াৰ পাছতে মুধেশ্বৰী ৰাভাৰ পুত্ৰ ৰাজু ৰাভাৰ অভিযোগৰ ভিত্তিত ধূপধৰা থানাত এটা গোচৰ পঞ্জীয়ন কৰা হয়।

ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪৪৮/৩০২ ধাৰা অধীনত এটা গোচৰ (১৭/১২নং) অভিযুক্তকেইজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল।

আৰক্ষীয়ে অনুসন্ধানত জানিব পাৰে যে ঘটনাটো ডাইনী কাণ্ডৰ সৈতে জড়িত।

গাঁৱবাসীয়ে মুধেশ্বৰীক গাঁৱবাসীৰ ক্ষতি কৰা ডাইনী বুলি ধৰি লৈছিল।

সাত বছৰৰ বিচাৰ প্ৰক্ৰিয়াৰ পাছত আদালতে বুধবাৰে ইয়াৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

‘’সকলো পৰিস্থিতি তথা তথ্য বিচাৰ কৰাৰ পাছত অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০২/১৪৯ ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰা হয় আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হয় আৰু লগতে ৫ হাজাৰ টকাৰ জৰিমনা বিহা হয় য’ত জৰিমনা অবিহনে অতিৰিক্ত ছয়মাহ সাধাৰণ কাৰাবাস খাটিব লাগিব,’’-ৰায়টোত এইদৰে কোৱা হৈছে।

ডাইনীৰ কাণ্ড এক মাৰাত্মক অন্ধবিশ্বাস আৰু ই চাহ বাগিচা, ভিতৰুৱা জনজাতীয় তথা পাছপৰা গাওঁসমূহত বহুতো নিৰীহ লোকৰ হত্যাৰ কাৰণ হৈ পৰিছে।

জিলাসমূহৰ ভিতৰত কোকৰাঝাৰ এই সংক্ৰান্তীয় মৃত্যুৰ ঘটনাত শীৰ্ষত আছে আৰু গোৱালপাৰা আদি জিলাত বিক্ষিপ্তভাৱে ঘটনাসমূহ ঘটি আছে।

বিগত ১৮ বছৰত ৰাজ্যখনত ১৬১ টা ডাইনীৰ নামত হত্যাৰ ঘটনা সংঘটিত হৈছে যাৰ ভিতৰত কোকৰাঝাৰ জিলাত সৰ্বাধিক ৪৫ টা এনেধৰণৰ ঘটনা ঘটিছে।

 

 

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd