• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

জম্মু আৰু কাশ্মীৰ বিষয়ক ৩৭০ অনুচ্ছেদ বাতিলক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2019 7:34 pm
CJI case: Apex court rubbishes report of judges meeting in-house panel

সৰ্বোচ্চ ন্যায়ালয়। ছবি সৌজন্য-- Mint।

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰৰ সংক্ৰান্তীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ অকাৰ্য্যকৰী কৰি ৰাজ্যখনক ইয়াৰ জনগণৰ কোনো মত অবিহনেই দ্বিখণ্ডিত কৰা বিষয়টো উচ্চতম ন্যায়ালয় পাইছেগৈ।

এম এল শৰ্মা নামৰ এজন ব্যক্তিয়ে এই আৱেদন দাখিল কৰিছে শীৰ্ষ আদালতখনত।

Apply Now

আৱেদনকাৰীয়ে ৩৭০ অনুচ্ছেদ সংবিধানৰ পৰা আঁতৰ কৰাৰ ৰাষ্ট্ৰপতীয় নিৰ্দেশটো অবৈধ বুলি দাবী কৰি ইয়াক প্ৰত্যাহ্বান জনাইছে। এই বাতৰি প্ৰকাশ পাইছে scroll নামৰ ৱেব পৰ্টেলটোত।

৩৭০ অনুচ্ছেদটোৱে জন্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্য্যাদা দি আছিল, যাৰ ভিত্তিত ৰাজ্যখনে সুকীয়া সংবিধান গ্ৰহণৰ সুবিধা পাইছিল আৰু ভাৰতৰ সংসদৰ আইন প্ৰণয়ন ক্ষমতাৰ বাহিৰত থকাৰ ক্ষমতা পাইছিল।

৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী অমিত শ্বাহে উচ্চ সদনত (ৰাজ্যসভা) ঘোষণা কৰে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৭০-অৰ অধীনত ৰাষ্ট্ৰপতীয় নিৰ্দেশ (presidential order) জাৰি কৰিছে, (যিটোৱে এই সংক্ৰান্তীয় ১৯৫৪ ৰাষ্ট্ৰপতীয় নিৰ্দেশটোৰ ঠাই ল’ব), যিটোত উল্লেখ কৰা হৈছে যে ভাৰতৰ সংবিধানখনৰ সকলো অনুচ্ছেদ জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ ৩৭০-অৰ দফা ১ অনুসৰি ৰাষ্ট্ৰপতীয় নিৰ্দেশ জাৰি কৰিব পাৰে, অৱশ্যেই ৰাজ্যখনৰ মন্ত্ৰী পৰিষদ বা সাংবিধানিক সভাৰ সন্মতি সাপেক্ষে।

যদিও ২০১৯ চনৰ ৫ আগষ্টৰ ৰাষ্ট্ৰপতীয় নিৰ্দেশটোত যদিও জন্মু আৰু কাশ্মীৰৰ চৰকাৰৰ সন্মতি সাপেক্ষে (“concurrence of the Government of State of Jammu and Kashmir”) জাৰি কৰা বুলি কোৱা হৈছে, ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিযুক্ত ৰাজ্যপালকহে বুজোৱা হৈছে। কাৰণ এতিয়া ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা ৰাজ্যখনত কোনো চৰকাৰ শাসনত নাই।

আৱেদনকাৰী শৰ্মাই কাইলৈ উচ্চতম ন্যায়ালয়ত বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত শুনানি লোৱাৰ বাবে আৱেদন কৰাৰ সম্ভাৱনা আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd