• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবি; অস্বাভাবিক হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা, হ্ৰাস পাইছে স্বাভাবিক বৰষুণৰ পৰিমাণ

ভৱেশ মেধি by ভৱেশ মেধি
August 9, 2019 8:16 pm
media-handler

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ দেশৰ লগতে অসমতো প্ৰত্যাহবান হিচাপে দেখা দিছে।ৰাষ্ট্ৰসংঘৰ ইন্টাৰ গভাৰ্ণমেন্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ ২০০৭ চনৰ প্ৰতিবেদন মতে, জলবায়ুৰ পৰিৱৰ্তন ইতিমধ্যে মানব জাতিৰ দুৱাৰদলিত উপস্থিত হৈছে।

শেহতীয়াভাৱে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী এন এইচ ৰৱীন্দ্ৰ নাথে জলবায়ু পৰিৱৰ্তনৰ গ্ৰাসত পৰা দেশৰ ১২ খন ৰাজ্যত চলোৱা অধ্যয়ন মতে  অসম, মিজোৰাম আৰু জম্মু-কাশ্মীৰ উদ্বেগজনকভাৱে জলবায়ু পৰিবৰ্তনৰ কৱলত পৰিছে।

Apply Now

উল্লেখযোগ্য যে, ২০১৫ চনতে ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ আসাম ষ্টেট একচন প্লেন অন ক্লাইমেট চেঞ্জ (২০১৫-২০২০) চমুকৈ এছ  পি এ চি চি শীৰ্ষক জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় একচন  প্লেনখনত  ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ কেতবোৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

উৎস-ইণ্টাৰনেট

একচন প্লেনখনত থকা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ  তথ্য মতে যোৱা ৫৯ বছৰত ৰাজ্যত সৰ্বাধিক তাপমাত্ৰা আৰু স্বাভাবিক বৰষুণৰ পৰিমাণ অস্বাভাবিক হাৰত হ্ৰাস পাইছে।

তথ্য মতে,  ১৯৫১ চনৰ পৰা ৰাজ্যত সৰ্বাধিক তাপমাত্ৰা আৰু সৰ্বনিন্ম তাপমাত্ৰা বছৰি ০.০১ পৰা ০.০২ ছেলছিয়াছ পৰিমাণত বৃদ্ধি পাই আহিছে লগতে স্বাভাবিক বৰষুণৰ পৰিমাণ বছৰি ২.১৬ মিলিমিটাৰ  হাৰত হ্ৰাস পাই আছে।

লক্ষ্যণীয় যে, বছৰি গড়ে স্বাভাবিক বৰষুণৰ পৰিমান হ্ৰাস পাইছে যদিও কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাই আহিছে।এই অৱস্থা অব্যাহত থাকিলে ২০৫০ চনৰ ভিতৰত ৰাজ্যত  কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ  পৰিমাণ ৫ শশতাংশৰ পৰা ৩৮ শতাংশ  বৃদ্ধি হ’ব।

ধাৰণা কৰা মতে ২০৫০ চনৰ  ভিতৰত ৰাজ্যত কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ  ৩৮ শতাংশ লৈ বৃদ্ধি হ’লে মহাপ্ৰলয়ৰ সৃষ্টি হ’ব।

উৎস-ইণ্টাৰনেট

২০৫০ চনৰ ভিতৰত ধুবুৰী, গোৱালপাৰা, নলবাৰী,কামৰূপ, বৰপেটা, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, দৰং জিলাত খৰাং সপ্তাহৰ সংখ্যা ৫ শতাংশৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধি হ’ব।এই তথ্যৰ পৰাই  ৰাজ্যৰ ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা অনুমান কৰিব পাৰি।

জলবায়ু পৰিৱৰ্তনে যে ভৱিষ্যতে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাৰ আগজাননী ইতিমধ্যে দি আছে। বতৰ  বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বিগত জুন মাহত ৰাজ্যত ২৫ শতাংশ বৰষুণ কম হৈছে। আকৌ জুলাইত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছিল। যাৰ বাবে এইবাৰ বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি।

ৰাজ্যত জলবায়ু পৰিবৰ্তনে লাহে লাহে ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰিছে তাৰ আগজাননী ইতিমধ্যে দিছে। ৰাজ্যত জলবায়ু পৰিবৰ্তনৰ ফলত হোৱা বেমাৰ যেনে- ডেংগু,  মেলেৰিয়া, শ্বাস-প্ৰশ্বাস জনিত ৰোগ,  ভাইৰেল হেপাটাইটিছ, আদি বেমাৰ বৃদ্ধি পাই আছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd