• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পতিৰ সন্মুখতে ডিব্রুগড়ত মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, তিনিজনক গ্ৰেপ্তাৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
August 11, 2019 9:39 pm
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

4k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকপাৰা ঘৰবন্দীচুক গাঁৱত আজি পুৱতি নিশা এগৰাকী ৪০ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা মতে আজি পুৱা প্ৰায় ২বজাত ভুক্তভোগী মহিলা গৰাকী আৰু তেওঁৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত পতি নিজ ঘৰত শুই থকা অৱস্থাত উক্ত কাণ্ডটো সংঘটিত হয়। কেইবাবছৰ পূৰ্বে সংঘটিত এক দুৰ্ঘটনাত তেওঁ এখন হাত হেৰুৱাইছিল।

অভিযুক্ত ব্যক্তিকেইজনক লাহোৱাল ৰজাখাতৰ বাসিন্দা ভাস্কৰ গোঁহাই, মডাৰখাত হাটখোলাৰ বাসিন্দা তৃষ্টি শৰ্মা আৰু বকুল মাজগাঁৱৰ বাসিন্দা বাবাখকন কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে কয় যে মহিলাগৰাকীয়ে তেওঁ দাখিল কৰা এজাহাৰত উক্ত লোককেইজনে পানী বিচাৰি তেওঁলোকৰ দৰ্জাত টোকৰ মাৰিছিল বুলি উল্লেখ কৰিছিল। কিন্তু নিশাৰ সেই সময়ছোৱাত তেওঁলোকে দৰ্জা খুলি দিবলৈ অস্বীকাৰ কৰাত লোককেইজনে দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰে।

ইয়াৰ পিছত তেওঁক ভিতৰৰ পৰা ঘৰৰ বাহিৰলৈ উলিয়াই আনি অসহায় স্বামীৰ সন্মুখতে ধৰ্ষণ চলায়। আনহাতে ভুক্তভোগী পৰিয়ালটোৰ ঘৰটো গাঁওখনৰ এটা আওহতীয়া চুকত থকাৰ বাবে মহিলা গৰাকীয়ে সহায় বিচাৰি কৰা আৰ্তনাদ গাঁওবাসীয়ে শুনা নাপালে।

‘আমি মহিলা গৰাকীৰ ভাষ্য লৈছো। তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে পঠোৱা হয় আৰু প্ৰতিবেদনৰ বাবে ৰৈ থকা হৈছে। তিনিওগৰাকী অভিযুক্তকে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।‘ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰায়ে কয়।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd