• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ পৰা ১২ লাখ টকা খৰচ কৰি গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে নিৰ্মাণ কৰি দিলে পথ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
August 12, 2019 8:56 am
1-16-1140x570
6.9k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ কমেও ছয় গৰাকী ঠিকাদাৰে চহৰখনৰ সোঁমাজত থকা এটা ব্যস্ততাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰি দিছে।

জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগৰ অনুৰোধ মৰ্মে ঠিকাদাৰসকলে পথটো নিৰ্মাণ কৰি দিয়ে।

পথটোৰ প্ৰায় ৫০ মিটাৰ অংশ জৰাজীৰ্ণ হৈ পৰিছিল আৰু গাঁতৰ সৃষ্টি হৈছিল যাৰ বাবে ৰাইজৰ যাতায়ত দুৰ্বিসহ হৈ পৰিছিল।

‘’আমি উপায়ুক্ত বৰ্ণালী ডেকাৰ পৰা পথটো মেৰামতি কৰি দিয়াৰ বাবে এক অনুৰোধ লাভ কৰো কিয়নো অঞ্চলটোত বজাৰ, বাছ আস্থান আৰু এটা ট্ৰেফিক পইন্ট আছে যদিও বহুদিন ধৰি পথটো ভাঙি যোৱা অৱস্থাতে পৰি আছিল,’’-কাৰ্যবাহী অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে নৰ্থইষ্ট নাওক কয়।

‘’কিন্তু পথটো মেৰামতি কৰি দিব পৰাকৈ কোনো আচঁনি মজুত নাছিল,’’-তেওঁ লগতে কয়।

তেওঁ জানিবলৈ দিয়ে যে পথছোৱা ৰাজ্যিক ঘাইপথ -১২এ নাইবা ৪৬’ কোনোটোৰে আওতাতে নপৰাৰ বাবে এলাগী হৈ আছিল।

‘’সেয়ে মেৰামতি নোহোৱাকৈ পথটো দীৰ্ঘদিন পৰি আছিল,’’- গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ নডেল বিষয়া বনজিৎ অধিকাৰীয়ে কয়।

ইয়াৰ মাজতে গড়কাপ্তানি বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ ঠিকাদাৰসকলক এই মহান কামটোৰ বাবে স্বেচ্ছাই আগবাঢ়ি আহিবলৈ কাৰ্যালয়ৰ পৰা অনুৰোধ জনোৱা হয়।

অনুৰোধৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ ঠিকাদাৰ এম পি আগৰৱালা, পাঠশালাৰ অনুপম শৰ্মা, গোৱালপাৰাৰ জয়ন্ত মেধি, হেকেৰাৰ উৎপল মেধি, দৰংগিৰিৰ ধৰ্মেশ্বৰ কছাৰী আৰু আগিয়াৰ এছ এন সিঙে পথটো নিৰ্মাণ কৰি দিয়ে।

পথটো তেওঁলোকে ১২ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি দিয়ে।

‘’এয়া আমাৰ ঠিকাদাৰ গোষ্ঠীৰ এটা টীম ৱৰ্ক আৰু গোৱালপাৰাৰ ৰাইজৰ বাবে স্বাধীনতা দিৱসৰ এটা উপহাৰ,’’- ঠিকাদাৰসকলৰ হৈ জয়ন্ত মেধিয়ে এইদৰে মন্তব্য কৰে।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd