• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফা (স্বা:)কে ধৰি উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহী গোটবোৰৰ

আৰ এছ এছ-বিজেপিৰ 'এক দেশ, এক ধৰ্ম আৰু এক ভাষা' নীতিৰ বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2019 10:28 pm
Paresh-Baruah
1.4k
VIEWS
Share on FacebookShare on Twitter

আৰ এছ এছ-বিজেপিৰ এক দেশ এক ধৰ্ম আৰু এক ভাষাৰ নীতিৰ বিৰুদ্ধে মৰণপণ যুঁজ দিয়াৰ আহ্বান আলফাৰ

আলফা (স্বা:) মুখ্য কৰি উত্তৰ-পূবৰ কেইবাটাও সশস্ত্ৰ বিদ্ৰোহী সংগঠনে আগন্তুক ৭৩ সংখ্যক স্বাধীনতা দিৱস বৰ্জনৰ বাবে উত্তৰ-পূববাসীক আহ্বান জনাইছে।

অঞ্চলটোৰ প্ৰধান প্ৰধান সশস্ত্ৰ বিদ্ৰোহী সংগঠনবোৰৰ উমৈহতীয়া সমন্বয় সমিতিয়ে অহা ১৫ আগষ্টত ১২ ঘণ্টীয়া বন্ধ পালন কৰিবলৈ জনগণক আহ্বান জনায়।

এই বন্ধৰ পৰা অপৰিহাৰ্য্য সেৱাবোৰ, যেনে- বান সাহায্য দিয়া, চিকিৎসাসেৱা, পানীযোগান, অগ্নিনিৰ্বাপক সেৱা আদিবোৰক ৰেহাই দিয়া হৈছে। সমিতিৰ বিবৃতিটোত এইদৰে কোৱা হৈছে।

বিবৃতিটোৰ মতে, আত্ম-নিয়ন্ত্ৰণৰ সংগ্ৰাম চলাই থকা জনগণে স্বাধীনতা দিৱস উদযাপন কৰাৰ কোনো মানে নাই।

বিবৃতিটোৰ মূল বক্তব্যখিনি এনে ধৰণৰ,

“ভাৰতে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ১৫ আগষ্টৰ দিনটোতে ‘পশ্চিম দক্ষিণ-পূব এছিয়া’ অঞ্চলটোৱেই তেওঁলোকৰ স্বাধীনতা লাভ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ব্ৰিটিছ আঁতৰি যোৱাৰ লগে লগে ভাৰতীয় সাম্ৰাজ্যবাদীয়ে এই ১৫ আগষ্টত স্বাধীন হৈ পৰা বিভিন্ন অঞ্চলবোৰক শক্তি প্ৰয়োগ কৰিলে আৰু বিশ্বাসঘাতকতাৰে এইবোৰক চামিল কৰি ল’লে।

জোৰ কৰি চামিল কৰা এই অঞ্চলবোৰৰ সকলো গণতান্ত্ৰিক অনুষ্ঠান ধ্বংস কৰা হৈছিল আৰু থলগিৰী মানুহবোৰক ভাৰত ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য কৰা হ’ল।”

আনহাতে বিবৃতিটোত শেহতীয়াকৈ ৰাজ্যখনৰ নাগৰিকৰ কোনো মত নোলোৱাকৈ সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰি জন্মু-কাশ্মীৰৰ বিশেষ মৰ্য্যাদা কাঢ়ি লোৱা আৰু ৰাজ্যখনক দ্বিখণ্ডিত কৰাৰ জৰিয়তে ভাৰতে অহংকাৰ আৰু গণতান্ত্ৰিক নীতিৰ প্ৰতি অতি অসন্মান প্ৰদৰ্শন কৰা বুলি কয়।

এনেকুৱা স্বৈৰাচাৰী নীতি উত্তৰ-পূবৰ ক্ষেত্ৰতো প্ৰয়োগ হোৱাটো আচৰিত নহয়।

এইবোৰৰ গ্ৰাসৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় হ’ল ভাৰতৰ পৰা স্বাধীন হোৱাটো, বিবৃতিটোত কোৱা হয়।

Recent News

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী  শিৱৰাজ সিং চৌহানে

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

‘কি আপদ! ‘জেলেনস্কি প্রতিবাৰে ৱাশ্বিংটনলৈ আহে আৰু ১০০ বিলিয়ন ডলাৰ লৈ ওলাই যায়,’-ট্ৰাম্প…

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

ইংলিচ চেনেলৰ পৰা এভাৰেষ্টলৈ : ৮ মাহত ১৩,০০০ কিঃমিঃ পথ অতিক্ৰম মেৰিন কামাণ্ডাৰৰ

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

১০ মিনিটৰ বাবে আসনত নাছিল কোনো পাইলট, মাজ আকাশত সংকটত ২০০ যাত্ৰী, শেষত কি হ’ল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd