• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ভোজন আৰু পানীয়ৰ একমাত্ৰ সন্মান গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে মনোনয়ন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2019 3:11 pm
Food

গুৱাহাটী খাদ্য বঁটা ২০১৮

174
VIEWS
Share on FacebookShare on Twitter

ভোজনৰসিক আৰু মহানগৰীৰ খাদ্য আৰু পানীয়ৰ জগতত দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হোৱাসকলক সমৱেত কৰাৰ উদ্দেশ্যে ২০১৫ চনত গুৱাহাটী খাদ্য বঁটা আৰম্ভ কৰা হৈছিল।

অহা ১৮ মাৰ্চত প্ৰদান কৰিব লগীয়া এইবাৰৰ গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে আয়োজকসকলে মনোনয়ন আহ্বান কৰিছে।

শ্ৰেষ্ঠ ৰেষ্টুৰাঁ, কেফে’, লাউঞ্জ বাৰ, বেকাৰি, ফাস্ত ফুদ কেন্দ্ৰৰ লগতে মহানগৰীৰ শ্ৰেষ্ঠ ৰান্ধনি শিতানতো এই সন্মান আগবঢ়োৱা হ’ব।

উদ্যোগটোৰ ভিতৰত নিজৰ উপস্থিতি অনুভূত কৰোৱা আৰু খাদ্য প্ৰস্তুতিৰ বিভিন্ন শিতানত মনোনয়ন দাখিলৰ ক্ষেত্ৰত প্ৰতিষ্ঠিতসকলৰ লগতে উঠি অহাসকলকো এই বঁটাটোৱে এক অনন্য মঞ্চ প্ৰদান কৰে।

গুৱাহাটী খাদ্য বঁটা গুৱাহাটীত এতিয়ালৈকে এইধৰণৰ একমাত্ৰ সন্মান।

সৰ্বমুঠ ২৪ টা শিতানত প্ৰদান কৰিব লগা এই বঁটাই ভোজনৰ সকলো ক্ষেত্ৰ সামৰি ল’ব। মহানগৰীৰ ৩০০ খন খাদ্য বিপনীৰ অংশগ্ৰহণেৰে এইবাৰৰ এই আয়োজনে আৰু বৃ্হৎ আৰু অধিক আকৰ্ষণীয় হোৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

স্বতন্ত্ৰ উপভোক্তা জৰীপ ভিত্তিক দুতৰপীয়া প্ৰক্ৰিয়াৰ যোগেদি এই বঁটাৰ বিজয়ীসকলক বাচি উলিওৱা হ’ব।

গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে এইবাৰ ঘৰতে বেকাৰি তৈয়াৰ কৰাসকলকো আমন্ত্ৰণ কৰা হৈছে। আগ্ৰহী খাদ্য প্ৰস্তুতকাৰী সকলে gfa.guwahatiplus.com ৱে’বছাইটযোগে নিজৰ মনোনয়ন দাখিল কৰিব পাৰিব।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd