• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ ঔষধৰ দোকানত বিধ্বংসী অগ্নিকাণ্ড

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
August 17, 2019 11:39 am
IMG-20190817-WA0001

ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে মাজনিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ফলত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা কেইবাখনো ঔষধৰ দোকান জুইত জাহ যায়।

নিশা প্ৰায় ১ মান বজাত মেডিচিন চেন্টাৰ নামৰ ঔষধৰ দোকানত জুইৰ সুত্ৰপাত ঘটে।

Apply Now

এই অগ্নিকাণ্ডত মেডিচিন চেন্টাৰ নামৰ ঔষধৰ দোকানখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।

আনহাতে, ইয়াৰ লগতে লাগি থকা দুখন ঔষধৰ দোকান কম বেচি পৰিমাণে ক্ষতিগ্ৰস্ত হয়।

প্ৰাথমিকভাৱে, চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে তিনিখন অগ্নিনিৰ্বাপক গাড়ীয়ে আধাঘন্টাতকৈয়ো অধিক সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্ততহে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত ৰাতি চিকিৎসালয়ৰ চৌহদত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

অগ্নিকাণ্ডটোত মেডিচিন চেন্টাৰৰ বহু টকাৰ সামগ্ৰী বিনষ্ট হয়।

অৱশ্যে, সময়মতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে অঞ্চলটো এক ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd