• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভিডিঅ’ এপৰ সহায়েৰে চীনৰ অৱদমিত মুছলমানৰ অভিনৱ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2019 1:18 pm
উইঘুৰ মহিলাৰ প্ৰতিবাদৰ এখন ছবি। ফটো ইণ্টাৰ্নেটৰ পৰা লোৱা

উইঘুৰ মহিলাৰ প্ৰতিবাদৰ এখন ছবি। ফটো ইণ্টাৰ্নেটৰ পৰা লোৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ উইঘুৰ (Uighur) মুছলমানসকলে তেওঁলোকৰ দুৰ্দশাক সমাজৰ আগত প্ৰকাশ কৰাৰ বাবে গ্ৰহণ কৰা এক ব্যতিক্ৰমী পদক্ষেপে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

তেওঁলোকে জনপ্ৰিয় ভিডিঅ’ এপ Tik Tok সদৃশ Douyin নামৰ এপটোৰ জৰিয়তে তেওঁলোকৰ হেৰাই যোৱা আপোনজনৰ ফটোসহ ভিডিঅ’ প’ষ্ট কৰে।

Apply Now

এক সূত্ৰত প্ৰকাশিত বাতৰি মতে, উইঘুৰ মুছলমানসকলে বিগত কেইটামান বছৰত নিখোজ হৈ পৰা তেওঁলোকৰ পৰিয়াল বা বন্ধুৰ ফটোৰ সৈতে ভিডিঅ’ প’ষ্ট কৰাটো শেহতীয়াভাৱে Douyinত এক ট্ৰেণ্ডৰ সৃষ্টি কৰিছে।

উত্তৰ-পশ্চিম চীনৰ এখন স্বাত্তশাসিত প্ৰদেশ চিনজিয়াং (Xinjiang)ত সাধাৰণতে বাস কৰা উইঘুৰ মুছলমানসকল হৈছে চিনৰ এটা সংখ্যালঘু সম্প্ৰদায়।

সংবাদ মাধ্যমৰ বাতৰি আৰু মানৱ অধিকাৰ সংস্থাসমূহৰ মতে হাজাৰ হাজাৰ উইঘুৰ মুছলমানক চীন চৰকাৰে ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখিছে।

Douyin এপত প্ৰকাশ পোৱা ভিডিঅ’ বিলাকত আৱেগবিহ্বল হৈ পৰা পোষ্টকৰ্তাসকলে তেওঁলোকৰ সেমেকি উঠা চকুৰ পানী ধৰি ৰাখিব খোজা দেখা যায়।

লক্ষণীয়ভাৱে উক্ত এপটো যথেষ্ট ‘কঠোৰ’ বুলি জনাজাত চীন চেঞ্চৰশ্বিপে বান্ধি দিয়া বাধা-নিষেধৰ আওতাৰ ভিতৰত পৰে।

টুইটাৰ আদি সামাজিক মাধ্যমত উইঘুৰসকলৰ উক্ত পদক্ষেপে সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰা দেখা গৈছে।

আইনৰ বাধা-নিষেধ উলংঘা নকৰাকৈ শোষন, অৱদমনৰ বিৰুদ্ধে ভাৱ প্ৰকাশৰ ক্ষেত্ৰত তেওঁলোকে দেখুওৱা এই ‘প্ৰতিবাদ’ আনৰ বাবেও এক নিদৰ্শন হৈ উঠিব পাৰে বুলি বিভন্নজনে মন্তব্য কৰিছে।

তলত টুইটাৰত পোষ্ট কৰা তেনে এটা ভিডিঅ’ দিয়া হ’ল

在我们家乡的维吾尔人冒着生命危,险通过无标题的都音视频方式为在集中营里的亲戚作证
不知道怎么回事,好象他们也知道了作证能救他们,几天里面上百个视频上传,让人心痛 pic.twitter.com/BYQBFN6L59

— Mehmet jan (@Mehmetjan5) August 19, 2019

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd