• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্রীয় বিত্ত মন্ত্ৰী, জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলীৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2019 12:58 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ আজি দুপৰীয়া ১২.০৭ বজাত দিল্লীৰ এইমছত ৬৬ বছৰ বয়সত দেহাৱসান ঘটে।

বিগত কিছু মাহৰ পৰা জেটলীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক ১১ আগষ্টত এইমছত ভৰ্তি কৰা হৈছিল।

Apply Now

জেটলী দীৰ্ঘদিনৰ পৰা কৰ্কট আৰু বৃক্ক জনিত সমস্যাত আক্ৰান্ত হৈ আছিল।

ছাত্ৰ-অৱস্থাৰ পৰা ৰাজনীতিৰ পথাৰত খোজ দিয়া জেটলীয়ে দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত ছাত্ৰ সংগঠন এ বি ভি পিৰ পৰা ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল।

১৯৫২ চনৰ ২৮ ডিচেম্বৰত দিল্লীত জন্মগ্ৰহণ কৰা অৰুণ জেটলীয়ে বিত্ত মন্ত্ৰীৰ পূৰ্বে প্ৰতিৰক্ষা, আইন আদিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল।

প্ৰয়াত জেটলীয়ে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

১৯৮০ চনৰ পৰাই বিজেপিৰ সৈতে জড়িত হৈ থকা জেটলীয়ে ২০১৪ চনলৈ কোনোধৰণৰ প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰা নাছিল। ২০১৪ চনত তেওঁ অমৃতসৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও অমৰিন্দৰ সিঙৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল।

জেটলীয়ে বিহাৰ, মধ্যপ্ৰদেশৰ লগতে ভালেকেইখন ৰাজ্যৰ বিজেপিৰ নিৰ্বাচন প্ৰভাৰী হিচাপে দলৰ হৈ দায়িত্ব পালন কৰিছিল।

ইতিমধ্যে এইমছত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতি জে পি নদ্দাৰ লগতে বিজেপিৰ সকলো জেষ্ঠ নেতা উপস্থিত হৈছে।

গৃহমন্ত্ৰী অমিত শ্বাহেও হায়দৰাবাদ ভ্ৰমণ আধাতে সামৰি দিল্লীলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিদেশ ভ্ৰমণত থকা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

One of modern India's tallest architects, an accomplished lawyer, outstanding Parliamentarian, great administrator and wonderful human being – Sri Arun Jaitley is no more with us.

It is a moment of intense pain, as I bow down in reverence of the departed soul. pic.twitter.com/DNpIP1jsSg

— Himanta Biswa Sarma (@himantabiswa) August 24, 2019

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

জেটলী ২০০০ চনত প্ৰথম বাৰৰ বাবে অটল বিহাৰী বাজপেয়ী কেবিনেটত মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

মৃত্যুৰ সময়ত জেটলীয়ে পত্নীৰ লগতে এজন পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ যায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd