• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চূড়ান্ত এন আৰ চিলৈ মাত্ৰ তিনি দিন; বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
August 27, 2019 7:51 pm
IMG_20190827_113400

ফটো নর্থ-ইষ্ট নাও

2.5k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ৩১ আগষ্টত প্রকাশ পাব লগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা সন্দৰ্ভত আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বোকাখাতৰ স্থানীয় নাগৰিক, বিভিন্ন দল সংগঠনৰ প্রতিনিধি, স্থানীয় সাংবাদিক সকল উপস্থিত থাকে।

সভাত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ সময়ছোৱাত সকলোকে মহকুমাটোত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জানায়।

সভাত বোকাখাত ৰাজহ চক্ৰৰ বিষয়া খনিন্দ্র দাসে এন আৰ চিৰ চূড়ান্ত তালিকা সম্পর্কে বিতংকৈ ব্যাখ্যা কৰাৰ লগতে কোনা ব্যক্তিৰ নাম চূড়ান্ত তালিকা প্রকাশ নাপালে ভীতিগ্রস্ত নহ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে, চূড়ান্ত তালিকাত নাম প্রকাশ নোপোৱা ব্যক্তিসকলে নাগৰিকত্ব আইন, ২০০৩ ৰ অনুসূচীৰ ৮ নং ধাৰা মর্মে নির্ধাৰিত বিদেশী ন্যায়াধিকৰণত আপীল দাখিল কৰিব পাৰিব।

ইতিমধ্যে আবেদন পূৰণৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বৃদ্ধি কৰা হৈছে।

আনহাতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাৰ পৰা বাদ পৰা দৰিদ্ৰলােকসকলক জিলা আৰু সেৱা প্ৰাধিকৰণৰ জৰিয়তে আইনী সাহায্য আগবঢ়াবলৈ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

বিদেশী ন্যায়াধিকৰণে চূড়ান্ত ৰায় নিদিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তি নোহোৱা কোনো ব্যক্তিকে কোনোধৰণেৰে আৱদ্ধ কৰা নহ’ব বুলিও উল্লেখ কৰে।

Recent News

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

১৯৫০ চনৰ বহিষ্কাৰ আইনৰ জড়িয়তে অসমত ৩৩০ জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

অসমত ভূমি হস্তান্তৰক লৈ আটছুৰ তীব্ৰ প্ৰতিবাদ: সাংবিধানিক সুৰক্ষাৰ উলংঘন আৰু জনজাতীয় অধিকাৰৰ হৰণৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd