• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ বিপিএফৰ জোৰদাৰ প্ৰচাৰ অভিযান

ৰিণয় বসোমতাৰি by ৰিণয় বসোমতাৰি
January 31, 2018 7:46 pm
Assam-gram-panchayat-election
172
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম আৰু ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে বিপিএফ দলে পূৰ্ণ প্ৰস্তুতি চলাইছে।

ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দলসমূহে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ঠায়ে ঠায়ে দলীয় সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান চলাই থকাৰ সময়তে আজি বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনগাঁৱত ৭ খন বিপিএফ প্ৰাথমিক কমিটি আৰু ২০ খন পঞ্চায়ত বিপিএফ কমিটিয়ে যৌথভাৱে পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

উক্ত সভাত বিপিএফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলে ২৭ নং বিলাসীপাৰা পূব সমষ্টিৰ ২০ খন পঞ্চায়তেই দখল কৰিব বুলি উল্লেখ কৰে। সাংসদ গৰাকীৰ মতে অহা মাৰ্চ এপ্ৰিল মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

অগপ বিজেপিৰ সতে মিত্ৰতা থকা হেতুকে মিত্ৰদলৰ প্ৰতিপক্ষক নিৰ্বাচনত পৰাজিত কৰিবলৈ যিবোৰ এলেকাত যি দলৰ প্ৰাধান্য আছে  সেইমতে সেইদলৰ প্ৰাৰ্থী দিয়াৰ পোষকতা কৰে সাংসদ দৈমাৰীয়ে।

তেওঁ এআইইউডিএফৰ প্ৰতি ৰাইজৰ বৰ্তমান আস্থা ভংগ হৈছে বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে আজিৰ সভাখনত কংগ্ৰেছ আৰু এআইইউডিএফৰ কেবাগৰাকী নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰে।

কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া বামুনগাঁৱত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনী সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনো কুমাৰ ব্ৰহ্ম, বিপিএফৰ নেত্ৰী মালতী ৰাণী নাৰ্জাৰীকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে ।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd