• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়লৈ বদলিৰ প্ৰতিবাদত মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 8:13 am
VIJAYAKAMLESHTAHILRAMANI

পদত্যাগ কৰা মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তত অসন্তুষ্ট হৈ পদত্যাগ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁক ঐতিহাসিক মাদ্ৰাজ হাইকোৰ্টৰ পৰা মেঘালয় হাইকোৰ্টলৈ বদলি কৰাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ টাহিলৰমনিয়ে পদত্যাগ কৰে।

Apply Now

মুখ্য ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে শুকুৰবাৰে তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ প্ৰেৰণ কৰে।

মুখ্য ন্যায়াধীশ টাহিলৰমনিয়ে তেওঁৰ পদত্যাগ পত্ৰৰ এটা প্ৰতিলিপি দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈকেও প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত কলেজিয়ামে যোৱা ২৮ আগষ্টত মেঘালয় হাইকোৰ্টলৈ তেওঁৰ বদলিত অনুমোদন জনাইছিল।

কলেজিয়ামে ইতিমধ্যে মেঘালয় হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ এ কে মিট্টালক মাদ্ৰাজ হাইকোটলৈ বদলি কৰে।

ন্যায়াধীশ ভি কে টাহিলৰমনি ২০০১ চনৰ ২৬ জুনত ৪৩ বছৰ বয়সত বোম্বে হাইকোৰ্টৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল।

তেওঁ ২০১৮ চনৰ ১২ আগষ্টত মাদ্ৰাজ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল।

২০২০ চনৰ ২ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশ ভি কে টাহিলৰমনিয়ে এবছৰতকৈ অধিক কাৰ্যকাল বাকী থকা অৱস্থাতে পদত্যাগ কৰে।

মেঘালয় হাইকোৰ্টত চাৰিগৰাকী ন্যায়াধীশ থকাৰ বিপৰীতে মাদ্ৰাজ হাইকোৰ্টত ন্যায়াধীশৰ সংখ্যা হৈছে ৭৫ গৰাকী।

মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ পদত্যাগ পত্ৰত ৰাষ্ট্ৰপতিক শীঘ্ৰেই তেওঁক অব্যাহতি দিয়াৰ বাবে অনুৰোধ জনাইছে। ৰাষ্ট্ৰপতি কোবিন্দে তেওঁৰ পদত্যাগ পত্ৰখন পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মেঘালয় হাইকোৰ্ট ২০১৩ চনৰ মাৰ্চত প্ৰতিষ্ঠা হোৱাৰ বিপৰীতে দেশৰ তিনিখন আটাইতকৈ পুৰণি হাইকোৰ্টৰ ভিতৰত অন্যতম মাদ্ৰাজ হাইকোৰ্ট ১৮৬২ চনৰ ২৬ জুনত প্ৰতিষ্ঠা হৈছিল।

দেশৰ ২৫খন হাইকোৰ্টৰ পুৰুষ প্ৰাধান্য ন্যায়াধীশৰ মাজত ভি কে টাহিলৰমনি আৰু গীতা মিট্টাল আছিল মাত্ৰ দুগৰাকী মহিলা ন্যায়াধীশ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd