• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ কৰ্মীসকলেই এতিয়া নিজৰ দলটোক চিনিব নোৱৰা হৈছে : গৌৰৱ গগৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 11, 2019 7:18 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিজেপিৰ কৰ্মীসকলেই এতিয়া নিজৰ দলটোক চিনিব নোৱৰা হৈছে’ এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ।

আজি এলানি কাৰ্যসূচীৰে বোকাখাতত উপস্থিত হোৱা সাংসদ গৰাকীক সাংবাদিকে বিজেপিলৈ কংগ্ৰেছৰ পৰা সোঁত বোৱা প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ এনেদৰে কয়।

Apply Now

তেওঁ কয়, ‘এতিয়া বিজেপিৰ কৰ্মীসকলেই নিজৰ দলটোক চিনিব নোৱাৰা হৈছে কিয়নো যাক তেওঁলোকে গালি পাৰিছিল এতিয়া তেওঁলোকেই বিজেপিত সভা শুৱনি কৰি বহি থাকে’।

সাৰদা কেলেংকাৰি, লুইজ বাৰ্জাৰ কেলেংকাৰীৰ লগতে বৰাক উপত্যকাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বিজেপি দল এটা খিচিৰি দল। বিজেপিত এতিয়া অপৰাধীয়ে ভৰি পৰিছে।

তদুপৰি এন আৰ চিক লৈ বিজেপিয়ে ৰাজনীতি কৰা বুলি তেওঁ কয়। তেওঁৰ মতে থলুৱাৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কংগ্ৰেছ চৰকাৰেই এন আৰ চি আনিছিল। কিন্তু ‘বিজেপিৰ ভূলৰ বাবে আজি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা থলুৱা লোক বঞ্চিত হ’ল’।

আনহাতে অগপই বিজেপিৰ লগত মিত্ৰতা কৰি নিমাতী কইনাৰ ভাও ধৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘এনেকৈ থকাতকৈ অগপ বিজেপিত চামিল হৈ যোৱাই ভাল’।

সাংসদ গৰাকীয়ে আজি বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ বালি চাপৰিৰ সামুহিক গৃহ, বোকাখাত নগৰৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বৃদ্ধ আৱাস, বোকাখাত মইনা পাৰিজাতৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন, সাংসদ পুঁজিৰে নিৰ্মাণ কৰা চিকুন আতা থান আৰু কাজিৰঙা হাইস্কুলৰ চৌহদৰ বেৰা আৰু পশ্চিম কাজিৰঙাৰ সামুহিক গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd