• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা : মহকুমাধিপতিক স্মাৰকপত্ৰ প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 12, 2019 4:18 pm
IMG-20190912-WA0021

নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন বন্ধ কৰাৰ দাবীত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান। ফটো : নৰ্থইষ্ট নাও

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাবোৰৰ গুৰুত্বপূৰ্ণ কাৰণ হৈছে নিচাযুক্ত দ্ৰব্যৰ সেৱন আৰু প্ৰচলন। বোকাখাতৰ বহু যুৱক নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে।

মদ, ভাং আৰু আন নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰি নিজৰ জীৱন আৰু ভৱিষ্যত ধ্বংস কৰাৰ লগতে নিচাগ্ৰস্ত হৈ মটৰ চাইকেল বা গাড়ী চলাই দুৰ্ঘটনাত পতিত হৈ বহু যুৱকে অকালতে প্ৰাণো দিব লগা হৈছে।

Apply Now

বোকাখাতৰ বিভিন্ন স্থানত প্ৰশাসনৰ চকুত ধূলি দি অতি সংগোপনে গঢ়ি উঠা নিচাযুক্ত দ্ৰব্যৰ ঘাটি সমূহত সহজে উপলব্ধ মদ ,ভাঙৰ লগতে বিভিন্ন নিচাযুক্ত দ্ৰব্যই এইক্ষেত্ৰত অধিক অৰিহণা যোগাইছে।

নিচাযুক্ত সামগ্ৰীৰ নিয়ন্ত্ৰনত বোকাখাত মহকুমা প্ৰশাসনৰ লগতে আবকাৰী বিভাগো বিফল হোৱাত বোকাখাতৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠানৰ লগতে সচেতন নাগৰিকেও উদ্বেগ প্ৰকাশ কৰিছে।

এই ক্ষেত্ৰত সম্প্ৰতি সৰৱ হৈ উঠিছে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা।

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ এটি সঁজাতী দলে বৃহত্তৰ বোকাখাতত প্ৰচলিত মদ, ভাং আৰু গুটখাকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত বোকাখাত মহকুমাৰ মহকুমাধিপতিক সাক্ষাৎ কৰে।

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া আৰু সম্পাদক সত্যব্ৰত ভূঞাই মহকুমাধিপতি বিবেক শ্যামৰ হাতত এক স্মাৰক পত্ৰ দাখিল কৰি এইক্ষেত্ৰত শীঘ্ৰেই ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

স্মাৰক পত্ৰত চলিত বৰ্ষতেই বোকাখাতত সংঘৰ্টিত পথ দুৰ্ঘটনাত ১৫ জন যুৱকে অকালতে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰা হৈছে।

নিশাৰ ভাগত বোকাখাত নগৰৰ আশে পাশে থকা ধাবা সমূহত মুকলিকৈ মদৰ বেহা চলি থকাৰ পাচতো প্ৰশাসনে কোনো ব্যৱস্থা হাতত লোৱা দেখা নাই।

গতিকে এই ক্ষেত্ৰত প্ৰশাসনে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ দাবীত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি জানিব দিয়ে।

তদুপৰি, ইয়াৰ পৰিণতিত হ’ব পৰা সম্ভাব্য যিকোনো পৰিস্থিতিৰ বাবে মহকুমা প্ৰশাসনেই দায়ী হ’ব বুলি ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা স্মাৰক পত্ৰযোগে মহকুমা প্ৰশাসনক অৱগত কৰা হয়।

আনহাতে, বোকাখাতৰ যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কবলৰ পৰা মুক্ত কৰি সুন্দৰ সমাজ গঢ়ি তোলাৰ বাবে সজাগ হ’বলৈ বোকাখাত মহকুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি ঠাকুৰীয়া আৰু সম্পাদক সত্যব্ৰত ভূঞাই  বোকাখাতৰ ৰাইজলৈ আহ্বান জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd