• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ বাবে সুকীয়া সংবিধান আৰু পতাকাৰ দাবী স্পষ্ট ভাষাৰে নাকচ কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2019 9:18 am
NSCN IM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.2k
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ বাবে এখন সুকীয়া সংবিধান আৰু পৃথক পতাকা বিচাৰি নাগা উগ্ৰপন্থী সংগঠন এন আছ চি এনে (আই এম) কৰি অহা দাবী নাকচ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

কেন্দ্ৰ চৰকাৰে চলিত বৰ্ষতে বিদ্ৰোহী সংগঠনটোৰ সৈতে শান্তি আলোচনাৰ সমাপ্তি ঘটাই এখন চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, এন এছ চি এন (আই এম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ১৯৯৭ চনৰ পৰাই শান্তি আলোচনা অব্যাহত আছে।

১৬ আগষ্টত নাগালেণ্ডৰ নাগৰিক সমাজ আৰু গোটসমূহৰ প্ৰতিনিধিসকল উপস্থিত থকা এখন সম্বৰ্ধনা সভাত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে এন এছ চি এন(আই এম)ৰ নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পতাকাৰ দাবীক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ কথা ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(আই এম)ৰ মাজত চলি থকা শান্তি আলোচনা অন্তিম পৰ্যায়ত উপনীত হৈছে।

নাগালেণ্ডৰ স্থানীয় নাগৰিক সমাজ তথা অন্যান্য দল-সংগঠনসমূহে এন এছ চি এন (আই এম)ক ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে আৰু সংবিধানৰ গণ্ডীৰ ভিতৰত গণতান্ত্ৰিকভাৱে তেওঁলোকক নাগা সকলৰ অধিকাৰৰ বাবে আন্দোলন কৰি যাবৰ বাবে কয়।

Recent News

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

পেহেলগামত ৭০ বছৰীয়া পৰ্যটকক ধৰ্ষণ! অভিযুক্তৰ জামিন আবেদন নাকচ আদালতৰ

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ : মহিলাসহ আটক ৪ কংগ্ৰেছ কৰ্মী

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd