• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬৬ সংখ্যক জন্মদিনত বিশ্ববিখ্যাত মাইক্ৰ’বায়োলোজিষ্ট হানছ খ্ৰীষ্টিয়ান গ্ৰামছক স্মৰণ গুগলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2019 12:13 pm
gram-positive

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডেনমাৰ্কৰ বিশ্ববিখ্যাত মাইক্ৰ’বায়োলোজিষ্ট হানছ খ্ৰীষ্টিয়ান গ্ৰামছৰ ১৬৬ বছৰীয়া জন্মদিন উপলক্ষে আজি গুগল ডুডলে মহান বিজ্ঞানীজনে বিশ্ববাসীলৈ আগবঢ়াই যোৱা উল্লেখযোগ্য অৱদানৰ বাবে স্মৰণ কৰিছে।

ডেনমাৰ্কৰ অতিথি শিল্পী মাইকেল ছোমেৰৰ চিত্ৰশিল্পৰে মহান বিজ্ঞানীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে গুগলে।

Apply Now

মাইক্ৰ’বায়োলোজিৰ মূল ভিত্তি গ্ৰামছৰ উল্লেখযোগ্য উদ্ভাৱনৰ ভিতৰত অন্যতম। সমগ্ৰ বিশ্বতে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি বেক্টেৰিয়া চিনাক্তকৰণৰ বাবে ব্যৱহাৰ হৈ আহিছে।

বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া চিনাক্তকৰণ, শ্ৰেণীবিভাজনৰ বাবে এতিয়াও বিজ্ঞানী, চিকিৎসকসকলে ‘দ্যা গ্ৰাম-ষ্টেইনিং’ পদ্ধতি ব্যৱহাৰ কৰে।

Hans-Christian-Gram
হানছ খ্ৰিষ্টিয়ান গ্ৰাম

সৰুৰে পৰা জীৱ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হোৱা গ্ৰামে ডেনমাৰ্কৰ কোপেনহেগেন মেট্ৰ’পোলিটান স্কুলৰ পৰা বি এছ চি ডিগ্ৰী লাভ কৰে।

তাৰ পাছতে এখন স্থানীয় চিৰিয়াখানাত তেওঁ সহকাৰী গৱেষক হিচাপে কাম কৰিবলৈ লয় যিয়ে তেওঁক চিকিৎসা ক্ষেত্ৰখনৰ অধিক ওচৰ চপাই লৈ যায়।

১৮৭৮ চনত গ্ৰামে কোপেনহেগেন বিশ্ববিদ্যালয়ত এম ডি পাঠ্যক্ৰমত নাম ভৰ্তি কৰে।

বহুবছৰ কোপেনহেগেন চিকিৎসালয়ত বিভিন্ন সহকাৰী পদত কাম কৰি থকাৰ পাছত গ্ৰামে ৰক্তহীনতাত ভোগা ৰোগীৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ আকাৰ আৰু সংখ্যাৰ বিষয়ত লিখি উলিওৱা এখন গৱেষণা পত্ৰৰ কাৰণে পুৰস্কাৰৰ বাবে নিৰ্বাচিত হয়।

পৰৱৰ্তী সময়ত এই গৱেষণা পত্ৰখনৰ ওপৰত কাম কৰি তেওঁ লোহিত ৰক্ত কণিকাৰ আকাৰ প্ৰসংগত এখন বিস্তৃত প্ৰতিবেদন দাঙি ধৰে।

গৱেষণা পত্ৰৰ কামত পৰৱৰ্তী সময়ত বেক্টেৰিয়’লোজি আৰু ফাৰ্মাকোলোজিৰ ওপৰত বিষদভাৱে অধ্যয়নৰ বাবে তেওঁ য়ুৰোপৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগীয়া হৈছিল।

এনে ভ্ৰমণৰ সময়তে তেওঁ এগৰাকী জাৰ্মান মাইক্ৰ’বায়োলোজিষ্ট কাৰ্ল ফ্ৰিডলেণ্ডাৰৰ সান্নিধ্য লাভ কৰে।

এই সময়তে গ্ৰামে স্ফটিক বেঙুনীয়া দ্ৰৱ, আয়োডিন দ্ৰাৱক আৰু জৈৱিক দ্ৰাৱকৰ মিশ্ৰ এটাত বিভিন্ন বেক্টেৰিয়াৰ গঠনৰ বৈসাদৃশ্য আবিষ্কাৰ কৰিবলৈ সক্ষম হয়।

এই পৰীক্ষাৰ সময়ত যিবোৰ বেক্টেৰিয়াক ‘গ্ৰাম ধনাত্মক’ হিচাপে চিহ্নিত কৰা হৈছিল সেইবোৰত প্ৰচুৰ পৰিমাণে পলিমাৰ আৰু লিপিডৰ উপস্থিতি পোৱা গৈছিল। আনহাতে, ইয়াৰ বিপৰীত বেক্টেৰিয়াবোৰক গ্ৰাম ঋণাত্মক বেক্টেৰিয়া হিচাপে চিহ্নিত কৰা হৈছিল।

অনুবীক্ষণ যন্ত্ৰত ‘গ্ৰাম ধনাত্মক’ বেক্টেৰিয়াবোৰ বেঙুনীয়া দেখা গৈছিল কিন্তু ‘গ্ৰাম-ঋণাত্মক’ বেক্টেৰিয়াবোৰ সাধাৰণতে নষ্ট হৈ যোৱা দেখা গৈছিল। ইয়াৰ খুব কম সংখ্যকতহে পলিমাৰৰ উপস্থিতি ধৰা পৰিছিল।

গ্ৰামৰ এই আবিষ্কাৰে সম্পুৰ্ণ একপক্ষীয়ভাৱে জীৱন কাঢ়ি নিব পৰা বেক্টেৰিয়াজনিত সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত সহায় কৰিছিল।

ডেনমাৰ্কৰ বিজ্ঞানীগৰাকীয়ে ১৮৮৪ চনত প্ৰকাশিত হোৱা এখন বিজ্ঞান পত্ৰিকাত এনেদৰে লিখিছে-‘এতিয়াও এই পদ্ধতিটো ত্ৰুটিপূৰ্ণ আৰু অসম্পুৰ্ণ বুলি জানিও মই এই কাৰণে প্ৰকাশ কৰিছো যে ই ভবিষ্যতে উদ্ভাৱক সকলৰ বাবে সহায়ক হ’ব’।

চিকিৎসা বিজ্ঞানলৈ ভালেমান গুৰুত্বপূৰ্ণ বৰঙণি যোগাই ১৯৩৮ চনৰ ৪ নৱেম্বৰত বিশিষ্ট জীৱ বিজ্ঞানীগৰাকীয়ে মৃত্যু বৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd