• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“আমিও খিলঞ্জীয়া”: ডিব্ৰুগড় বিশ্ব.বি. আছুৰ বিৰুদ্ধে প্ৰতিবাদত এ বি ভি পি

ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সন্থা গোটে মাৰপিটৰ ঘটনাত জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে।

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
September 14, 2019 9:05 pm
ABVP protests alleging Dibrugarh University AASU members’ involvement in rough-up case

ডিব্ৰুগড়ত এ বি ভি পিৰ শনিবাৰৰ প্ৰতিবাদ।

1k
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটৰ “গুণ্ডা”ৰ শাস্তিৰ দাবীত শনিবাৰে প্ৰতিবাদী সমদল বাহিৰ কৰিছে।

হিন্দুত্ববাদী সংগঠনটোৱে তেওঁলোকৰ কৰ্মীৰ ওপৰত হোৱা এক মাৰপিটৰ ঘটনাৰ বাবে ছাত্ৰ সন্থাৰ সদস্যক জগৰীয়া কৰিছে।

দোষীক গ্ৰেপ্তাৰৰ দাবীত “ভাৰত মাতা কি জয়” ধ্বনিৰে ডিব্ৰুগড় আৰক্ষী থানা ঘেৰাও কৰি এ বি ভি পি সদস্যসকল আছুৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

“তেওঁলোকে (আছু) মনত ৰখা দৰকাৰ যে আমিও খিলঞ্জীয়া আৰু আমি এনেকুৱা ভয় দেখুওৱা কৌশল সহ্য কৰি নাথাকিম,” আছুৰ সদস্যই তেওঁলোকৰ কৰ্মীক পূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰা বুলি উল্লেখ কৰি এ বি ভি পিৰ ডিব্ৰুগড় জিলা কনভেনৰ শান্তনু গগৈয়ে কয়।

এ বি ভি পিৰ দাবী, শিক্ষানুষ্ঠানখনত তেওঁলোকৰ বৰ্ধিত জনপ্ৰিয়তাত ভীতিগ্ৰস্ত হৈ ছাত্ৰ সন্থাই এই পথ লৈছে।

বিপৰীতে, ছাত্ৰ সন্থাই মাৰপিটৰ ঘটনাত জৰিত থকাৰ কথা অস্বীকাৰ কৰিছে। আৰু এ বি ভিপিৰ বিৰুদ্ধে তেওঁলোকেও এখন এজাহাৰ দিয়া বুলি বাতৰিত প্ৰকাশ।

সংগঠনটোৱে আছুবিৰোধী ধ্বনি দিয়াৰ বিপৰীতে ডিব্ৰুগড় আৰক্ষীকো গৰিহণা দিছে।

সংগঠনটোৰ মতে, তেওঁলোকৰ এজাহাৰৰ পিছত বিশ্ববিদ্যালয়খনৰ ছজন আছু সদস্যক আৰক্ষীয়ে থানালৈ মাতি পঠাইছিল, কিন্তু তেওঁলোকক পিছত যাবলৈ দিয়া হয়।

এ বি ভি পিৰ মতে, যোৱা ৯ ছেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৫.৫৫ বজাত সংগঠনটোৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক নয়ন জ্যোতি শৰ্মা আৰু ৰোহিত নয়ন বৰুৱাক “আছু সদস্য”ই মাৰপিট কৰিছে।

দুয়ো ছাত্ৰ সংগঠনৰ যুযুধান অৱস্থানে পৰিস্থিতি বেয়া কৰি তোলাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন কৰ্তৃপক্ষই অনিৰ্দিষ্টকাললৈ পিছুৱাই দিছে।

এই নিৰ্বাচন পূৰ্বে অহা ১৬ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd